• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকলো ৰাজনৈতিক দলে টীম আছাম হৈ কাম কৰিব: সৰ্বদলীয় সভাৰ অন্তত সোণোৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 12, 2020 5:30 pm
1.8k
VIEWS
Share on FacebookShare on Twitter

ক’ভিড-১৯ৰ বিৰুদ্ধে অসমৰ সকলো ৰাজনৈতিক দলে টীম আছাম হিচাপে কাম কৰাৰ সংকল্প লৈছে, দেওবাৰে সৰ্বদলীয় বৈঠকৰ পিছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

সোণোৱালে ক’ভিড-১৯এ সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে এই সৰ্বদলীয় সভাখন আহ্বান কৰিছিল।

তেওঁ কয় যে ৰাইজৰ স্বাৰ্থত সৰ্বদলীয় বৈঠকত ভাগ লোৱা দলসমূহে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে।

“সকলো ৰাজনৈতিক দলে সংকল্প লৈছে টীম আছাম হৈ কাম কৰাৰ কাৰণে। ক’ভিদ-১৯ৰ বিৰুদ্ধে জয়ী হোৱাৰ সংকল্প লৈছে সকলো ৰাজনৈতিক দলে,” সোণোৱালে কয়।

তেওঁ কয় যে চৰকাৰে সকলো ৰাজনৈতিক দলৰে পৰামৰ্শ মানি চলিব।

“চৰকাৰৰ তৰফৰ পৰা লোৱা ব্যৱস্থা সম্পৰ্কে মতামত, দিহা পৰামৰ্শ  লৈছোঁ সকলো ৰাজনৈতিক দলৰ পৰা,” তেওঁ কয়।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে লোৱা পদক্ষেপত ৰাজনৈতিক দলসমূহ উৎসাহিত বুলি মত প্ৰকাশ কৰিছে।

কৰ’নাবিৰোধী যুঁজত দৃঢ়তাৰে কাম কৰা সকলোকে সৰ্বদলীয় সভাই ধন্যবাদ জ্ঞাপন কৰে।

ক’ভিড-১৯ সন্দৰ্ভত অসমৰ সকলো ৰাজনৈতিক দলৰ মতামত জানিব বিচাৰি সৰ্বদলীয় বৈঠক আহ্বান কৰা হৈছিল।

অসমত এতিয়ালৈকে ২৯গৰাকী লোক ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে। তাৰে এজন মৃত্যুমুখত পৰিছে।

Tags: COVID-19

Recent News

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd