• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বজুৰি মহৌষধ হাইড্ৰক্সিক্ল’ৰ’কুইনৰ যোৰহাট সংযোগ

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
April 12, 2020 8:24 pm
hydroxychloroquine-750x375

প্ৰতীকী ছবি।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাভাইৰাছৰ বাবে বিশ্বজুৰি চাহিদা সৃষ্টি হোৱা হাইড্ৰক্সিক্ল’ৰ’কুইনৰ সৈতে আছে অসমৰ যোৰহাটৰো এক সংযোগ।

মেলেৰিয়াৰোধী দৰৱৰূপে পৰিচিত এই হাইড্ৰক্সিক্ল’ৰ’কুইন এসময়ত বেংগল ইমিউনিটি লিমিটেডে। পিছত তাক বেংগল কেমিকেলছৰ সৈতে চামিল কৰা হয়।

Apply Now

১৯৮১-৮২ চনত সেই কোম্পানিটোৱে দৰৱবিধৰ উৎপাদন সন্দৰ্ভত যোৰহাটৰ আঞ্চলিক গৱেষণা কেন্দ্ৰৰ সহায় বিচাৰিছিল।

আৰ আৰ এল, যোৰহাট এতিয়া চি এছ আই আৰ নৰ্থইষ্ট ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকনলজিৰূপে পৰিচিত।

তেতিয়া কোম্পানিটোৰ ক্ল’ৰ’কুইন উৎপাদন প্লাণ্টটো আৰ্থিকভাৱে লাভজনক হৈ থকা নাছিল।

তদানীন্তন আৰ আৰ এলৰ বিজ্ঞানী ডঃ কে ভি ৰাঘৱনৰ নেতৃত্বত এটা গোটে কোম্পানিটোক দৰৱবিধ উৎপাদনৰ নতুন প্ৰযুক্তি যোগান ধৰিছিল।

বিজ্ঞানী গোটটোৰ সদস্য গৱেষণা প্ৰতিষ্ঠানটোৰ প্ৰাক্তন সঞ্চালক ডঃ পি জি ৰাৱে কয় যে তেওঁলোকে ইয়াৰ বাবে প্ৰাথমিক ডিজাইনটো প্ৰস্তুত কৰিছিল।

ফলত কোম্পানিটোৱে বছৰি ৮০ টন ক্ল’ৰ’কুইন ফছফেট প্ৰস্তুত কৰিব পৰা হৈ উঠিছিল।

“কেমিষ্ট্ৰি ডিভিজনৰ ডঃ বি এন গোস্বামী আৰু মই প্ৰদৰ্শনৰ সময়ত আৰু পৰীক্ষা আৰম্ভ কৰাৰ সময়ত ক’লকাতাৰ বেংগল ইমিউনিটি কোম্পানি ভ্ৰমণ কৰিছিলো,” ডঃ ৰাৱে হায়দৰাবাদৰ পৰা ফোনযোগে নৰ্থইষ্ট নাওক কয়।

ডঃ ৰাও বৰ্তমান চি এছ আই আৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ কেমিকেল টেকনলজি হায়দৰাবাদৰ বিজ্ঞানী।

ৰাৱে জনোৱা মতে বেংগল ইমিউনিটি কোম্পানিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই ক্ল’ৰ’কুইন উৎপাদন কৰিবলৈ আৰম্ভ কৰিছিল।

কিন্তু ৮০ৰ দশকলৈ কোম্পানিটোৱে বছৰি কেৱল ৪ টনহে ক্ল’ৰ’কুইন উৎপাদন কৰিব পৰা হৈ আছিল আৰু ই প্ৰায় অকামিলা হৈ পৰিছিল।

“প্ৰক্ৰিয়াটো আধুনিকীকৰণ কৰিবলৈ অনুৰোধ কৰাৰ পিছত আমি তাক উন্নীত কৰিছিলো, উন্নীত প্ৰযুক্তিৰ বিকাশ কৰিছিলো আৰু প্ৰকল্পটোৰ প্ৰাথমিক আৰ্হিটো যোগান ধৰিছিলো,” তেওঁ কয়।

পিছত সেই আৰ্হিৰ ওপৰত ভিত্তি কৰি ক’লকাতাৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান ক্ৰেবছ এণ্ড ছিয়ে ব্যৱসায়িক প্ৰকল্পটো ডিজাইন কৰিছিল আৰু ১৯৯২ চনৰ পৰা ইয়াৰ উৎপাদন আৰম্ভ হৈছিল।

ডঃ ৰাৱে কয় যে সেই সময়ত ইয়ে আছিল এছিয়াৰ ভিতৰত বৃ্হত্তম ক্ল’ৰ’কুইন ফছফেট উৎপাদনকাৰী প্ৰকল্প।

ভাৰত এতিয়াও বিশ্বৰ সৰ্বাধিক হাইড্ৰক্সিক্ল’ৰ’কুইন প্ৰস্তুতকাৰী দেশ। শেহতীয়াকৈ এমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই দৰৱবিধ বিচাৰি ভাৰতক অনুৰোধ কৰিছিল।

ইতিমধ্যে ভাৰতে এমেৰিকাকে ধৰি কেইবাখনো দেশক হাইড্ৰক্সিক্ল’ৰ’কুইন যোগান ধৰিছে।

Tags: COVID-19
স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd