• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটবেংকৰ স্বাৰ্থত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খুজিছে : মুছলিম ছাত্ৰ সন্থা অসম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 18, 2018 4:49 pm
Muslim Student's Union Assam Press Meet
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেকৰ জৰিয়তে বিজেপি চৰকাৰে নতুনকৈ ভোটবেংক মুকলি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে, এই মন্তব্য মুছলিম ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি জালাল উদ্দিনৰ।

আজি মহানগৰীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত উক্ত মন্তব্য কৰাৰ লগতে তেওঁ কয় যে হিন্দু বাংলাদেশীৰ ভোট বেংকৰ স্বাৰ্থতে বিজেপি চৰকাৰখনে এই নাটক ৰচনা কৰিছে।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত বিষয়টো এক ঘৃণনীয় পদক্ষেপ বুলি সদৰী কৰি সংস্থাৰ নেতৃবৃন্দই অসম তথা কেন্দ্ৰীয় চৰকাৰক এই নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহীত নকৰিবৰ বাবে সকিয়নী প্ৰদান কৰে।

এন আৰ চিৰ প্ৰথম খচৰাত প্ৰকাশ পোৱা নামৰ ক্ষেত্ৰত বহু বিসংগতি থকাৰ অভিযোগ তুলি সভাপতিজনে কয় যে ৰাজ্যিক সমন্বয়ক তথা অসম চৰকাৰৰ চৰম গাফিলতিৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই ক্ষেত্ৰত তেওঁ অসম চৰকাৰ তথা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি শুদ্ধ তথা বিদেশীমুক্ত এন আৰ চি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

তদুপৰি ধৰ্মীয় সংখ্যালঘু কিছুসংখ্যক লোকক দ্বি-ভোটাৰ সজাই অত্যাচাৰ চলোৱা বুলি সদৰী কৰি জালাল উদ্দিনে কয় “শীঘ্ৰে দ্বি-ভোটাৰ সকলৰ সকলো তথ্য নিৰীক্ষণ কৰাৰ বাবে দল গঠন কৰি নথি পৰীক্ষা-নিৰীক্ষা কৰি ৬ মাহৰ ভিতৰত দ্বি মুক্ত কৰিব লাগে।”

এই সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগলৈ মুছলিম ছাত্ৰ সন্থা, অসমে স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সন্থাৰ নেতৃবৰ্গই জানিবলৈ দিয়ে।

ইয়াৰোপৰি তেওঁ আজিৰ সমবাদমেলৰ জৰিয়তে ৰাজ্যত বানপীৰিত লোকসকলৰ যিসকল বৰ্তমানো ভূমিহীন তথা গৃহহীন হৈ আছে সেইসকল লোকক ভূমি প্ৰদান কৰিবৰ বাবে চৰকাৰক আহ্বান জনায়।

লক্ষণীয় যে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই সীমান্তত নগাৰ আগ্ৰাসন বৰ্তমানো চলি আছে বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ অসম চৰকাৰক সমালোচনা কৰি শীঘ্ৰে অসমৰ ভূমি নগাৰ আগ্ৰাসনৰ পৰা বেদখলমুক্ত কৰিবৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd