• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনহিত জনসেৱাৰ্থে কোকৰাঝাৰ আৰক্ষী, আৰ্তজনলৈ মুকলি সমূহীয়া ভোজনালয়

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 16, 2020 11:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ মাজতে কোকৰাঝাৰ আৰক্ষীয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। দৰিদ্ৰ ভোকাতুৰজনৰ বাবে মুকলি কৰিছে এক সমূহীয়া ভোজনালয়।

লকডাউনৰ ফলত খোৱা-বোৱাত কষ্ট পোৱা দুখীয়া-নিচলা, গৃহহীনসকলৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰা সমূহীয়া ভোজনালয়টো বৃ্হস্পতিবাৰৰ পৰা আৰম্ভ হৈছে।

Apply Now

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে প্ৰকাশ কৰা মতে লকডাউন চলি থকালৈকে এই সমূহীয়া ভোজনালয়টো অব্যাহত থাকিব।

তেওঁ কয় যে লকডাউনৰ বাবে যিসকল লোকে খোৱা-বোৱাত অসুবিধা পাইছে তেওঁলোক এতিয়াৰে পৰা বিনামুলীয়াভাৱে কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰা ভোজনালয়ত তৃপ্তিৰে এসাজ খাব পাৰিব।

ভোজনালয় মুকলি কৰাৰ উপৰিও কোকৰাঝাৰ আৰক্ষীয়ে আজি চহৰখনত ৰাইজৰ মাজত মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰে।

আৰক্ষী অধীক্ষক ৰৌশনে সদৰী কৰা মতে কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে ১০হাজাৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে।

ইফালে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোকৰাঝাৰ আৰক্ষীয়ে লকডাউন নমনাসকলৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

আৰক্ষীয়ে লকডাউন ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিছে আৰু একাংশ যান-বাহন জব্দ কৰিছে।

কোকৰাঝাৰ আৰক্ষীৰ ভোজনালয় মুকলি কাৰ্য্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা (সদৰ), অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) ৰ’জিৰাণী শৰ্মা, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীকে ধৰি জিলাখনৰ আন আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে দেশজোৰা লকডাউন ৩ মে’লৈকে বঢ়াই দিছে।

অসমত এতিয়ালৈকে ৩৪জন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছে। তাৰে এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

ৰাজ্যখনত যোৱা দুদিনত পাঁচগৰাকী লোক ক’ভিড-১৯ৰ পৰা সুস্থ হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

বৃ্হস্পতিবাৰলৈকে দেশত ১২,৩৮০গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে আৰু এই ৰোগত ৪১৪জনে প্ৰাণ হেৰুৱাইছে।

এতইয়ালৈকে ১৪৮৯ গৰাকী লোক চিকিৎসাৰ পিছত সুস্থ হৈছে আৰু তেওঁলোকক যাবলৈ দিয়া হৈছে।

ভাৰতত ক’ভিড-১৯ত মৃত্যুৰ হাৰ ৩.৩ শতাংশ। ইয়াৰ বিপৰীতে এতিয়ালৈকে আৰোগ্যৰ হাৰ ১২.০২ শতাংশ।

Tags: COVID-19
ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd