• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিলচৰ পৌৰ নিগমৰ কৰ্মচাৰীৰ আৰ্থিক অনাটনত ভূগি আত্মহত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2018 10:46 am
শিলচৰ
187
VIEWS
Share on FacebookShare on Twitter

শিলচৰ পৌৰ নিগমৰ কৰ্মচাৰী সকলে পৌৰ নিগমৰ কৰ্মচাৰীৰ আত্মহত্যাৰ ঘটনাৰ বাবে অসম চৰকাৰক জগৰীয়া কৰিছে।

শিলচৰ পৌৰ নিগমৰ কৰ্মচাৰী ৰঞ্জন পাদা দেৱে ১৬ মাহে দৰ্মহা নোপোৱাৰ ফলত মানসিক হতাশাত ভূগি শুকুৰবাৰে বৰাক নদীত জাপ দি অত্মহত্যাৰ দৰে পথ বাছি লয়।

পৌৰ নিগমৰ কৰ্মচাৰী সকলে যোৱা ১২ দিন ধৰি গোটেই ৰাজ্য জুৰি ১৬ মাহে দৰ্মহা নোপোৱাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আত্মহত্যাৰ পথ বাচি লোৱা এই ৫৪ বছৰীয়া দেৱ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম সক্ৰিয় সদস্য আছিল।

শিলচৰ পৌৰ নিগমৰ এক গোপন সূত্ৰই জনোৱা মতে মৃত দেৱ শেহতীয়াকৈ কিছুদিন আৰ্থিক অনাটনৰ ফলত মানসিক হতাশাত ভূগিছিল যাৰ বাবে তেওঁ এই আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

এছ ডি আৰ এফে শিলচৰ পৌৰ নিগমত নগৰপালিকা নিৰীক্ষক হিচাপে কৰ্মৰত দেৱৰ মৃতদেহ শনিবাৰে দিনৰ ১ বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে দেৱে শুকুৰবাৰে ঘৰৰ পৰা বজাৰ কৰিবলৈ বুলি ওলাই আহিছিল। কিছু সময়ৰ পিছত তেওঁ ম’বাইল যোগে তেওঁৰ পুত্ৰক তেওঁ ঘৰলৈ ঘূৰি নহা আৰু তেওঁৰ জীৱন শেষ কৰিবলৈ যোৱা বুলি জনায়। লগতে তেওঁ পুত্ৰক মাকক ভালদৰে চোৱাচিতা কৰিবলৈ কয়।

সদৌ অসম পৌৰ কৰ্মচাৰী সংস্থাই কয় যে মৃত দেৱ পৌৰ নিগমৰ কৰ্মচাৰী সকলে তেওঁলোকৰ প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ ক্ষেত্ৰত কৰা আন্দোলনৰ অন্যতম সক্ৰিয় সদস্য আছিল আৰু তেওঁৰ মৃত্যুৰ বাবে ৰাজ্য চৰকাৰেই জগৰীয়া।

লগতে আৰু কয় যে, ‘পৌৰ নিগমৰ ৯৬ জন কৰ্মচাৰীয়ে ৭ ফেব্ৰুৱাৰিৰ পৰা তেওঁলোকৰ ১৬ মাহৰ দৰমহা মোকালাই দিয়া, পৌৰ নিগমৰ কৰ্মচাৰী সকলক প্ৰাদেশীকৰণ কৰা, পেঞ্চনৰ সুবিধা প্ৰদান কৰাকে ধৰি ৮ টা বিভিন্ন দাবীত আন্দোলন অব্যাহত ৰাখিছিল। আনহাতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ বা সিদ্ধান্ত গ্ৰহণ কৰা নায়।

Recent News

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd