• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ গাহৰি জ্বৰ আৰু কৃষকৰ উৎপাদিত ফচল সন্দৰ্ভত মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 21, 2020 8:14 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ আতংক অব্যাহত থকাৰ সময়তে গাহৰিৰ জ্বৰে নতুনকৈ গা কৰি উঠিছে। উজনি অসমত এই ৰোগৰ ফলত বহু গাহৰিৰ মৃত্যু হোৱাত জনসাধাৰণ আতংকিত হৈ পৰিছে।

আজি ৰাজ্যৰ কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই গুৱাহাটীৰ দাতিকাষৰীয়া ৰাণী অঞ্চলৰ দেৱজিৎ চৌধুৰীৰ গাহৰি ফাৰ্মত গাহৰিৰ জ্বৰৰ লগতে ল’কডাউনৰ বাবে হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে বুজ লয়।

Apply Now

অতুল বৰাই উজনি অসমত গাহৰিৰ জ্বৰৰ বাবে প্ৰায় ১৩৭৪ টা গাহৰিৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি বিভাগৰ তৰফৰ পৰা ইয়াৰ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।

উজনি অসমৰ দৰে নামনি অসমত এই ৰোগ বৰ্তমান সময়ত হোৱা নাই বুলি উল্লেখ কৰি উজনি অসমত ৰোগবিধ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও বৰাই লগতে কয়।

গুৰুত্বপূৰ্ণ কথা যে, দেৱজিৎ চৌধুৰীৰ  ফাৰ্মত প্ৰায়  ৫ লাখ গাহৰি পোৱালী এমাহত উৎপাদন হয়।

ল’কডাউনৰ ফলত কৃষক সকলৰ লগতে পশুপালনৰ সৈতে জড়িত লোক সকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

আনহাতে, মন্ত্ৰী অতুল বৰাই সোমবাৰে এচিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰংগিৰিলৈ যোৱা বুলিও জানিবলৈ দি ল’কডাউনৰ বাবে ব্যৱসায়ী সকলে কলখিনি বজাৰত বিক্ৰী কৰিবলৈ পৰা নাছিল যদিও প্ৰশাসনে ব্যৱস্থা কৰি দিছে বুলি কয়। মন্ত্ৰী গৰাকীয়ে উৎপাদিত কল বিদেশলৈ পঠোৱাৰ বাবে চৰকাৰে চিন্তা কৰিছে বুলি মত প্ৰকাশ কৰে।

ইপিনে, এইবাৰ ৰাজ্যৰ কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধি পাইছে বুলি মন্তব্য কৰি কৃষি মন্ত্ৰী গৰাকীয়ে অইন বছৰতকৈ এইবাৰ প্ৰায় চাৰিগুণ কৃষি সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে।

তদুপৰি, অতুল বৰাই ল’কডাউনৰ ফলত দেশৰ অৰ্থনীতিত বৃহৎ ক্ষতি হৈছে আৰু ৰাজ্য চৰকাৰো কৃষকৰ ফচল নষ্ট হোৱা বাবে সমালোচনাৰ সন্মুখিন হোৱা বুলি স্বীকাৰ কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd