• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰে চৰকাৰে দুৰ্গতসকলৰ ওপৰত ৰামটাঙোন সোধালে; তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 22, 2020 5:21 pm
"Who am I?" asks former Assam CM Tarun Gogoi

তৰুণ গগৈৰ ফাইল ছবি। নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকাকৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

ল’কডাউনৰ সময়ত দুৰ্গত লোকসকলক সকাহ দিয়াৰ পৰিৱৰ্তে এই সিদ্ধান্তই ৰামটাঙোন সোধোৱা বুলিহে মন্তব্য কৰিছে গগৈয়ে।

‘ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ আমি ঘোৰ প্ৰতিবাদ কৰিছো। এই সিদ্ধান্তই দুৰ্গস্ত লোকসকলক সকাহ দিয়াৰ পৰিৱৰ্তে ৰামটাঙোনহে সোধালে।‘ নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত এইদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় ‘আজি বৰ দুৰ্ভাগ্যৰ বিষয় যে বিশ্বৰ লগতে অসমো আজি বিধ্বস্ত হৈছে। অসমৰ দিনহাজিৰা কৰা থেলাৱালা, ৰিক্সাৱালাকে ধৰি অন্য ক্ষুদ্ৰ ব্যৱসায়ীৰ দুৰৱস্থাৰ কথা সকলোৱে জানে।‘

এনে দুৰৱস্থাৰ সময়ত অসমবাসীক সকাহ দিয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰ আৰু বিত্তমন্ত্ৰীয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পাঁচটকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’লে বুলি সদৰী কৰি গগৈয়ে লগতে কয় ‘আমি দুখিত যে অসম চৰকাৰে সুৰাৰ বেপাৰৰ ওপৰত গুৰুত্ব দিবলৈ লৈছে। দেশখন মদপী কৰিলে। তেওঁলোকৰ নিজৰ ভূলৰ কাৰণে এনে অৱস্থা হৈছে। মে’ মাহৰ পৰা কৰ্মচাৰীসকলক দৰমহা দিব পাৰিব, নোৱাৰে এই বিষয়তো সন্দেহৰ সৃষ্টি হৈছে।‘

উক্ত ভিডিঅ’ৰ জৰিয়তে গগৈয়ে ৰাজ্য চৰকাৰক অনুৰোধ জনাই কয়, ‘সঁচাকৈ যদি অসমবাসী ৰাইজক সকাহ দিবলৈ বিচাৰিছে ৰাইজৰ ওপৰত পেট্ৰ’ল-ডিজেল বা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৰাম-টাঙোন নুসুধাব।‘

উল্লেখযোগ্য যে, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পাছতে বিভিন্ন দল-সংগঠনে ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm
এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

এটুকুৰা মাত্ৰ হীৰা : যাৰ বিক্ৰী মূল্যত দুদিন খোৱাব পৰা যাব সমগ্ৰ বিশ্বৰ মানুহক

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd