• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী মোদীয়ে মুকলি কৰিলে স্বামিত্ব যোজনা; ক’লে গাঁৱবাসীয়ে দিছে ‘দুই গজ দূৰত্বৰ’ বাৰ্তা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 24, 2020 1:22 pm
namo_1587707705_618x347 new

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ আতংকৰ সময়ত চলি থকা লকডাউনৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজু গাঁও পঞ্চায়তৰ মুৰব্বীসকলক সম্বোধন কৰে।

পঞ্চায়তী ৰাজ দিৱস উপলক্ষে প্ৰধান মন্ত্ৰীয়ে নতুন ই-গ্ৰাম স্বৰাজ প’ৰ্টেল আৰু এপ’ৰো শুভাৰম্ভণি কৰে।

এই প’ৰ্টেলৰ জৰিয়তে গাঁৱবাসীৰ সমস্যা তথা তেওঁলোকৰ সৈতে জড়িত তথ্যসমূহ থুপতে পোৱা যাব।

ক’ৰনা সংকটে আমাক আত্মনিৰ্ভৰ হোৱাটো কিমান জৰুৰী তাৰ শিক্ষা দিলে।

নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ’না সংকটৰ মাজতে গাঁৱবাসীয়ে বিশ্বক ডাঙৰ বাৰ্তা দিছে। গাঁৱবাসীয়ে সামাজিক দূৰত্ব নহয়, বৰঞ্চ’দুই গজ দূৰত্ব’ৰ বাৰ্তা দিছে যিটোৱে আচৰিত কৰি তুলিছে।

প্ৰধান মন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ বাৰামুলাৰ মহম্মদ ইকবাল নামৰ ব্যক্তি এজনৰ লগতে কৰ্ণাটকৰ এজন ব্যক্তিৰ লগতো পোনপটীয়াকৈ কথা পাতে। মোদীয়ে কয় যে আজিকালি তেওঁ গাঁৱৰ মুখীয়ালৰ পৰা আৰম্ভ কৰি দেশসমূহৰ মুৰব্বীলৈকে কথা পাতি আছে।

ইয়াৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৰ’না মহামাৰীয়ে কাম কৰাৰ সকলো পদ্ধতি সলনি কৰি দিলে। এতিয়া আমি মুখামুখি হৈ কথা পাতিব পৰা নাই। পঞ্চায়তী ৰাজ দিৱল গাঁৱলৈকে স্বৰাজ কঢ়িয়াই অনাৰ এটা উপলক্ষ্য। কৰ’না সংকটৰ সময়ত ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে।

ভাষণত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে আজি পৰিৱৰ্তিত পৰিস্থিতিয়ে আমাক আত্মনিৰ্ভৰ হ’বলৈ সোঁৱৰাই দিছে। ইয়াত গাঁও পঞ্চায়ৰ শক্তিশালী ভূমিকা আছে।

স্বামিত্ব যোজনাৰ পৰা কি কি লাভ হ’ব। সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে ৫-৬বছৰ পূৰ্বে দেশত মাত্ৰ ১০০ পঞ্চায়ত ব্ৰডবেণ্ডৰ দ্বাৰা সংযোগিত আছিল, কিন্তু আজি এক লাখতকৈয়ো অধিক পঞ্চায়তত এই সুবিধা উপলব্ধ হৈছে।

প্ৰধান মন্ত্ৰীয়ে কয় যে যিটো ৱেবছাইট আৰম্ভ কৰা হৈছে ইয়াৰ জৰিয়তে গাঁৱলৈকে তথ্য আৰু সাহায্য পোৱাত ক্ষিপ্ৰতা বাঢ়িব।

গাঁও পঞ্চায়তৰ মুৰব্বীসকলক প্ৰধান মন্ত্ৰীয়ে কয় যে এতিয়া গাঁৱৰ মেপিং ড্ৰোণৰ জৰিয়তে কৰা হ’ব আৰু বেংকৰ পৰা অনলাইন লোৱাৰ ক্ষেত্ৰতো সহায়ক হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd