• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপ্ৰিলত মুক্তি পাব ‘পেডমেন’ৰে সুখ্যাতি লভা অসমীয়া অভিনেত্ৰী উৰ্মিলা মহন্তৰ পৰৱৰ্তী ছবি ‘বিয়ণ্ড দ্য ক্লাউডছ’

সুকৃতি গগৈ by সুকৃতি গগৈ
February 20, 2018 8:50 am
Urmila-Mahanta-1-570x320

ইৰাণী চলচ্চিত্ৰ নিৰ্মাতা মজিদ মাজিদাৰ সৈতে অভিনেত্ৰী উৰ্মিলা মহন্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য মুক্তি প্ৰাপ্ত বলীউদৰ পেডমেন নামৰ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ জৰিয়তে সুপৰিচিতি লাভ কৰা অসমৰ অভিনেত্ৰী উৰ্মিলা মহন্তই প্ৰথমবাৰৰ বাবে ভুমুকি মৰা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰসিদ্ধ ইৰাণী চলচ্চিত্ৰ নিৰ্মাতা মজিদ মাজিদিৰ ‘বিয়ণ্ড দ্য ক্লাউডছ’ অহা এপ্ৰিলত মুক্তিৰ বাবে সাজু হৈ উঠিছে।

এগৰাকী সুপ্ৰসিদ্ধ পৰিচালক হিচাপে পৰিচিত মাজিদিৰ বিয়ণ্ড দ্য ক্লাউডছ হৈছে ভাৰতত নিৰ্মিত প্ৰথমখন ছবি য’ত অসমৰ অভিনেত্ৰী উৰ্মিলাই এগৰাকী নাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছে।

Apply Now

পেডমেন ছবিখনেৰে সুখ্যাতি অৰ্জন কৰাৰ পিছত মহন্তই প্ৰকাশ কৰিছে যে, ‘’’পেডমেন’সম্পৰ্কত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখি মই সঁচাকৈয়ে সুখী। চলচ্চিত্ৰ এখন কেৱল বিনোদনৰ বাবে চোৱা উচিত নহয়। এই ছবিখনে বিশেষকৈ মহিলাৰ ঋতুকালীন স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব সম্পৰ্কে ক’ব বিচাৰিছে। মই এই ছবিখনৰ সৈতে জড়িত হ’বলৈ পাই নিজকে ভাগ্যৱান বুলি ভাৱিছো।‘’

বহু সংগঠন আৰু ব্যক্তিয়ে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত পেডমেন মুক্তি পোৱা সপ্তাহটোতে বিনামূলীয়াকৈ ‘চেনিটাৰী নেপকিন’ বিনামূলীয়াকৈ বিতৰণ কৰিছে। মহানগৰীৰ কেইবাটাও চিত্ৰগৃহত ছবিখন বিনামূলীয়াকৈ প্ৰদৰ্শন কৰাও হৈছে।

মহিলাৰ ঋতুকালীন বিষয়টো সম্পৰ্কে থকা অস্পৃশ্যতা সম্পৰ্কত নৰ্থইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত উৰ্মিলাই কয়,’’নিশাটোৰ ভিতৰতে পৰিৱৰ্তন নঘটে। সজাগতা বৃদ্ধিৰ লগে লগে মানুহে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাটো উপলব্ধি কৰিব।‘’

পুনেৰ ফিল্ম এণ্ড টেলিভিশ্বন ইনষ্টিটিউট অফ ইণ্ডিয়াৰ (এফটিটিআই)ৰ প্ৰাক্তন বিদ্যাৰ্থী মহন্তই ইতিমধ্যে তামিল, হিন্দী,বাংলা আৰু অসমীয়া ছবিত অভিনয় কৰিছে।

মাজিদিৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি উৰ্মিলাই কয়,’’মজিদ মাজিদিৰ সৈতে কাম কৰাটো এটা জীৱনৰ ডাঙৰ অভিজ্ঞতা। মোৰ এফটিটিআইৰ দিনৰে পৰা মই তেওঁৰ কামৰ অনুৰাগী হৈ পৰিছিলো। মই সপোনতো কাহানিও ভৱা নাছিলো যে মই তেওঁৰ লগত কাম কৰিম। এয়া অত্যন্ত স্মৰণীয় হৈ ৰ’ব।‘’

উৰ্মিলাৰ হাতত বৰ্তমান এখন মালয়ালাম ছবিৰ লগতে কেইখনমান অসমীয়া ছবিৰ কাম আছে।

অসমত অধিক চলচ্চিত্ৰ প্ৰেক্ষাগৃহ আৰু লগতে এক চলচ্চিত্ৰ নীতিৰ প্ৰয়োজনীয়তা সম্পৰ্কত উৰ্মিলাই কয়,’’প্ৰকৃততে অসমীয়া চলচ্চিত্ৰৰ কাৰণে এটা সঠিক সময়সূচী পোৱা কঠিন হৈ পৰিছে। উদাহৰণস্বৰূপে, মহাৰাষ্ট্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সময়টো (প্ৰাইম টাইম শ্লট) মাৰাঠী ছবিৰ বাবে সদায় সংৰক্ষিত থাকে। অসমত চিত্ৰগৃহসমূহে আঞ্চলিক ছবিসমূহক সিমান প্ৰাধান্য নিদিয়ে।‘’

‘’ছবি উপভোগ কৰাৰ এক সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজন আছে যাতে অধিক লোকে চিত্ৰগৃহলৈ গৈ ছবি উপভোগ কৰে। চৰকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকৰ সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তেহে পৰিৱৰ্ন আহিব পাৰে,’’-উৰ্মিলাই লগতে কয়।

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd