• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিবিএফচিৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব ল’লে জ্যেষ্ঠ আইআইএছ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 3:27 pm
c-1-570x320
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে চেন্ট্ৰেল ব’ৰ্ড অফ ফিল্ম চাৰ্টিফিকেশ্যন (চিবিএফচি)ৰগুৱাহাটী আঞ্চলিক কাৰ্যালয়ত যোগদান কৰিছে।

আঞ্চলিক কাৰ্যালয়টোৰ দায়িত্ববাহী হিচাপে বৰঠাকুৰে ব’ৰ্ডৰ কাম কাজসমূহ চোৱা চিতা কৰিব।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গুৱাহাটীকে ধৰি চিবিএফচিৰ গোটেই ৯ টা আঞ্চলিক কাৰ্যালয়ত নিয়মীয়া ৰূপত এগৰাকীকৈ ভাৰতীয় তথ্য সেৱাৰ বিষয়া নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বৰঠাকুৰে এই পদ লাভ কৰা প্ৰথমগৰাকী নিয়মীয়া বিষয়া।

কাহিনী চলচ্চিত্ৰ, তথ্যচিত্ৰ, চুটি ছবি, বিজ্ঞাপন ছবি, ভিডিঅ’ ছবিকে ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মাণ হোৱা সকলো দৃশ্য-শ্ৰৱ্য ছিবসমূহক ৰাজহুৱা প্ৰদৰ্শনৰ বাবে এই কাৰ্যালয়ৰ পৰা প্ৰমাণ পত্ৰ দিয়া হয়।

পূৰ্বতে এই আঞ্চলিক কাৰ্যালয়ত কোনো নিয়মীয়া বিষয়া নোহোৱা বাবে অঞ্চলটোৰ প্ৰযোজকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

তদুপৰি, আঞ্চলিক ভাষাৰ চলচ্চিত্ৰসমূহক প্ৰমান পত্ৰ দিওতে সংশ্লিষ্ট ভাষাৰ জ্ঞান থকা বিষয়া নোহোৱাৰ বাবে পূৰ্বতে বহুতো সমস্যাৰ সৃষ্টি হৈছিল। এতিয়া বৰঠাকুৰ অহাৰ পিছত সেই বিষয়বোৰ সমাধান হ’ব বুলি আশা কৰা হৈছে।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

স্বাধীনতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় দূতাবাসত খালিস্তানীৰ ‘আক্ৰমণ’: প্ৰবাসী ভাৰতীয়ৰ তৎপৰতাত বিফল চক্ৰান্ত

August 15, 2025 4:34 pm
ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ক্ষমতাত থাকিবলৈ বিজেপি যিকোনো পৰ্যায়লৈ যাব পাৰে- কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

August 15, 2025 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

ৰাজপথত বাইক ষ্টান্ট কৰি টুকুৰা হ’ল হাড়-মূৰ : দুই যুৱকৰ হৃদয় বিদাৰক মৃত্যু

August 15, 2025 4:57 pm
২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

২০৩০ চনৰ ভিতৰত জলশূন্য হ’ব কাবুল! সমগ্ৰ আফগানিস্তানত ভয়াৱহ জল সংকট

August 15, 2025 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd