• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ-পূৰ্বাঞ্চললৈ ক্ৰমাৎ শান্তি ঘুৰি আহিছে : কেন্দ্ৰীয় গৃহ মন্ত্ৰ্য়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 11:13 pm
Decrease in insurgency related violence in NE
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূৰ্বৰ তুলনাত উত্তৰ-পূবত আইন শৃংখলা পৰিস্থিতিৰ যথেষ্ট উন্নয়ন হৈছে। ২০১৬ চনৰ তুলনাত যোৱা বছৰ অঞ্চলটোত উগ্ৰপন্থা জনিত ঘটনা ৩৬ শতাংশ হ্ৰাস পাইছে।

গৃহ মন্ত্ৰ্য়ালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘১৯৯৭ চনৰ পৰা ২০১৭ বৰ্ষতে আটাইতকৈ কম সংখ্যক উগ্ৰপন্থা জনিত ঘটনা সংঘটিত হৈছে।’

Apply Now

২০১৭ চনত অঞ্চলটোত সুৰক্ষা বাহিনীৰ লোকৰ নিহতৰ সংখ্যা ২০১৬ৰ ১৭ চনত ১২ গৰাকীয়ে প্ৰাণ হেৰোৱাই, একেটা সময়তে নাগৰিকৰ মৃত্যুৰ সংখ্যাও ৪৮ৰ পৰা ৩৭লৈ হ্ৰাস পায়।

চৰকাৰৰ পৰিসংখ্যা অনুসৰি, অসমত ২০১৪ চনত ২৪৬টা, ২০১৫ চনত ৮১টা, ২০১৬ চনত ৭৫টা আৰু ২০১৭ চনত ৩৩টা উগ্ৰপন্থা জনিত ঘটনা সংঘটিত হৈছিল।

অৰুণাচল প্ৰদেশত ২০১৪ চনত ৩৩টা, ২০১৫ চনত ৩৬টা, ২০১৬ চনত ৫০টা আৰু ২০১৭ চনত ৬১টাৰ বিপৰীতে মণিপুৰত  ২০১৪ চনত ২৭৮টা, ২০১৫ চনত ২২৯টা, ২০১৬ চনত ২৩৩টা আৰু ২০১৭ চনত ১৬৭টা এনে ঘটনা সংঘটিত হৈছিল।

মেঘালয়ত ২০১৪ চনৰ পৰা ২০১৭ চনলৈকে ক্ৰমে ১৭৯, ১২৩, ৬৮ আৰু ২৮টা উগ্ৰপন্থা জনিত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে নাগালেণ্ডত ৭৭, ১০২, ৫৮ আৰু ১৯টা এনে ঘটনা ঘটিছে।

আনহাতে মিজোৰামত ২০১৪ চনত ৩টা ২০১৫ চনত ২টাকৈ এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

অঞ্চলটোত উগ্ৰপন্থি সমস্যাক নিৰ্মুল কৰাৰ উদ্দেশ্যে কেন্দ্ৰই বিশেষ গুৰুত্বপ্ৰদান কৰি অহা জানিবলৈ দি বিষয়া গৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী গোট সমূহৰ সৈতে ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত আলোচনা কৰি অঞ্চলটোলৈ শান্তি ঘুৰাই অনাৰ বাবে ইচ্ছুক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd