• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰলৈ ওভতা শ্ৰমিকৰ বাবে কংগ্ৰেছে বহন কৰিব ৰেইল টিকটৰ সম্পূৰ্ণ খৰচ: ছোনিয়া গান্ধীৰ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2020 9:58 am
bihar-migrant-labourers-who-were-stuck-in-1014523

ফটো সৌজন্য: prokerala.com

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত দীৰ্ঘদিন ধৰি শ্ৰমিকসকল বিভিন্ন স্থানত আৱদ্ধ হৈ আছিল।

এতিয়া প্ৰায় এমাহৰ পাছত তেওঁলোকে ঘৰলৈ ওভতাৰ অনুমতি পাইছে যদিও কেন্দ্ৰীয় চৰকাৰে ৰেইল ভাডা শ্ৰমিকসকলৰ পৰা আদায় কৰাৰ সিদ্ধান্ত লৈছে।

Apply Now

এই বিষয়কটোকলৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ মাজতে আজি কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে ঘোষণা কৰে যে কংগ্ৰছ দলে সকলো অভাৱগ্ৰস্ত শ্ৰমিকৰ ৰেইল টিকটৰ খৰচ বহন কৰিব।

কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰদেশ কংগ্ৰেছ কমিটিসমূহে প্ৰতিজন ঘৰলৈ ওভতা শ্ৰমিকৰ ৰেইল যাত্ৰাৰ টিকটৰ খৰচ বহন কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব।

कांग्रेस अध्यक्षा, श्रीमती सोनिया गांधी का बयान

भारतीय राष्ट्रीय कांग्रेस ने यह निर्णय लिया है कि प्रदेश कांग्रेस कमेटी की हर इकाई हर जरूरतमंद श्रमिक व कामगार के घर लौटने की रेल यात्रा का टिकट खर्च वहन करेगी व इस बारे जरूरी कदम उठाएगी। pic.twitter.com/DWo3VZtns0

— Congress (@INCIndia) May 4, 2020

সোমবাৰে জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে মাত্ৰ চাৰি ঘন্টাৰ জাননীত লকডাউন আৰম্ভ হোৱাৰ বাবে দেশৰ শ্ৰমিকসকল ঘৰলৈ ঘুৰি যাব নোৱাৰিলে। ১৯৪৭চনৰ পাছত প্ৰথমবাৰৰ বাবে দেশত এনে পৰিস্থিতি দেখা গৈছে য’ত লক্ষাধিক শ্ৰমিকে হাজাৰ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি ঘৰলৈ উভতিছে।

ছোনিয়া গান্ধীয়ে বিজ্ঞপ্তিটোত কয় যে য’ত আমি বিদেশত আৱদ্ধ হৈ থকা লোকসকলক বিনা খৰচতে ঘুৰাই আনিব পাৰো, গুজৰাটত এক কাৰ্যসূচীত চৰকাৰী ধনৰ ১০০কোটি টকা খৰচ কৰিব পাৰো, যদি ৰেইল মন্ত্ৰ্যালয়ে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১৫১ কোটি টকা দিব পাৰে, তেতিয়াহ’লে কঠিন সময়ত শ্ৰমিকসকলৰ এই ভাড়া কিয় বহন কৰিব নোৱাৰে?

উল্লেখ্য যে যোৱা ২৪ মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ সময়ত লক্ষাধিক শ্ৰমিক য’ত আছিল তাতেই আৱদ্ধ হৈ পৰে। ইয়াৰ পাছত প্ৰায় ৪০ দিনৰ অন্তত তেওঁলোকে ঘৰলৈ যোৱাৰ বাবে অনুমতি লাভ কৰিছে। ৰাজ্য চৰকাৰসমূহৰ অনুৰোধত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে বিশেষ ৰেইল অনুমোদন দিয়ে।

কিন্তু শ্ৰমিকসকলৰ টিকটৰ ভাড়া ৰাজ্য চৰকাৰে বহন কৰিব আৰু সেয়া শ্ৰমিকসকলৰ পৰাই আদায় কৰা হ’ব। ৰেইল মন্ত্ৰ্যালয়ৰ এনে সিদ্ধান্তকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ আজিৰ ঘোষণাই স্বাভাৱিকতেই বিশেষ গুৰুত্ব লাভ কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd