• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৱিষ্কাৰ হ’ল ক’ৰ’না ভাইৰাছৰ প্ৰথমটো ভেকচিন; ইটালীৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2020 4:07 pm
Coronavirus_vaccine-1140x570

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: www.pmlive.com

11.3k
VIEWS
Share on FacebookShare on Twitter

ইটালীয়ে ক’ৰ’না ভাইৰাছৰ ভেকচিন আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে। দেশখনে দাবী কৰা মতে এই ভেকচিনে মানুহৰ ওপৰত কাম কৰিব।

ৰোমৰ infectious-disease Spallanzani Hospital-ত ভেকচিনটোৰ কেইবাটাও সফল পৰীক্ষা কৰা হয় বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ।

বিশেষজ্ঞসকলৰ মতে উক্ত ভেকচিনটো নিগনিৰ ওপৰত পৰীক্ষা কৰোতে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা এণ্টিবডি পোৱা গৈছে যিটোৱে মানুহৰ ক্ষেত্ৰতো কাম কৰিব।

গ্ৰীষ্মকাল পাৰ হোৱাৰ পিছতে মানুহৰ ওপৰত টেষ্টটিং কৰাৰ সম্ভাৱনা আছে বুলি ভেকচিনটো তৈয়াৰ কৰা প্ৰতিষ্ঠান Takis-ৰ মুখ্য কাৰ্যবাহী বিষয়া Luigi Aurisicchio-এ জনায়।

উল্লেখযোগ্য যে বিশ্বৰ বিভিন্ন দেশে ক’ৰ’না ভাইৰাছৰ ভেকচিনৰ ক্ষেত্ৰত এতিয়াও পৰীক্ষা নিৰিক্ষা চলাই আছে।

ইপিনে এটা মাৰ্কিন চিকিৎসা বিজ্ঞানিৰ দলে প্ৰকাশ কৰা মতে তেওঁলোকে ক’ৰ’না ভাইৰাছৰ এটা নতুন প্ৰকাৰ আৱিষ্কাৰ কৰিছে যিটো ভাইছটোৰ প্ৰথম পৰ্যায়ৰ তুলনাত অধিক সংক্ৰামক।

Worldometer-ৰ হিচাপ মতে বৰ্তমানলৈকে সমগ্ৰ বিশ্বজুৰি ৩,৭৪৪,৭৬৫ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ইয়াৰে ২,৫৮,৮৮৪ গৰাকীৰ মৃত্যু হৈছে।

ভাৰতৰ ক্ষেত্ৰত এই পৰ্যন্ত ৪৯,৪৩৬ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ১৬৯৫ গৰাকী লোকৰ মৃত্যু হয়।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd