আৰু এজন লোক অসমত বুধবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।
আক্ৰান্ত ব্যক্তিজন কাছাৰ জিলাৰ।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰী কৰিছে।
Alert ~ One person from Cachar dist has tested positive for #COVID19.
↗️Total #COVID19 patients in Assam now stands at 45.
↗️Active cases 10
↗️Discharged 34
↗️Death 1Update at 9.30 pm / May 6#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) May 6, 2020
ইয়াৰ ফলত অসমত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা মুঠ ৪৫গৰাকীলৈ বৃদ্ধি পালে।
তাৰে এজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটাৰ বিপৰীতে ৩৪ গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।
বৰ্তমান অসমত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ১০গৰাকী আৰু তেওঁলোক চিকিৎসাধীন অৱস্থাত আছে।