• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মৃত গাহৰি সন্মুখত ৰাখি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 7, 2020 6:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এতিয়া চোৱাইন ফিভাৰে মহামাৰী ৰূপ ধাৰণ কৰিছে। দৈনিক শ শ গাহৰি মৃত্যু মুখত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় গাহৰি পালকসকলৰ মাজত।

পশুপালন বিভাগে গাহৰিৰ দেহত ভেকচিন দিছে যদিও ৰোধ কৰিব পৰা নাই চোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ সংখ্যা।

Apply Now

এনে এক জটিল সময়তেই শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে অঞ্চলটোৰ ১১০০ গাহৰি মৃত্যুৰ মুখত পৰে।

স্থানীয় গাহৰি পালকৰ অভিযোগ চিকিৎসালয়খনৰ পশু-চিকিৎসক ডাঃ ইন্দু বৰাই অঞ্চলটোৰ ১১০০ গাহৰিৰ দেহত চোৱাইন ফিভাৰৰ ভেকচিনৰ সলনি প্ৰদান কৰিলে ফিটা পেলুৰ ভেকচিন।

যাৰ বাবে অঞ্চলটোৰ গাহৰিসমূহ অসুস্থ হৈ পৰাৰ লগতে বেজি দিয়া ঠাইত ঘা হৈ পোক হ’বলৈ ধৰে। ফলত এতিয়ালৈকে অঞ্চলটোৰ প্ৰায় অৰ্দ্ধ শতাধিক গাহৰিৰ মৃত্যু হৈছে।

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় গাহৰি পালকে বৰাহীবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ সন্মুখত মৃত গাহৰি লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

চোৱাইন ফিভাৰত আৰু চিকিৎসকৰ ভূলৰ বাবে মৃত্যু হোৱা গাহৰিৰ উপযুক্ত ক্ষতিপূৰণ বিচাৰি আৰু দোষী চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাই চোৱাইন ফিভাৰত মৃত্যু হোৱা গাহৰিৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ বিপৰীতে মন্ত্ৰী অতুল বৰাই উপলুঙাসূচক মন্তব্য কৰি আহিছে বুলি অভিযোগ কৰে।

মন্ত্ৰীজনৰ এই কাৰ্যক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ জনোৱাৰ লগতে ৰাজ্যত চোৱাইন ফিভাৰত মৃত্যু হোৱা আৰু চিকিৎসকৰ ভূলৰ বাবে মৃত্যু হোৱা গাহৰিৰ বিপৰীতে গাহৰি পালকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু পশু চিকিৎসক ডাঃ ইন্দু বৰাৰ বিৰুদ্ধে বিহীত ব্যাৱস্থাৰ দাবী জনায়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm

ইছলামাবাদত মুকলিকৈ ঘূৰিছে কুখ্যাত সন্ত্ৰাসবাদী চাইফুল্লা কাচুৰী: শ্বোয়েব আখতাৰৰ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত লস্কৰৰ নেতা

June 27, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd