• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত গাহৰিৰ ছোৱাইন ফিভাৰ সন্দৰ্ভত অতুল বৰাৰ জৰুৰী বৈঠক

উত্তম শইকীয়া by উত্তম শইকীয়া
May 9, 2020 7:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত কৃষি মন্ত্রী অতুল বৰাৰ উপস্থিতিত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সন্দৰ্ভত এখনি জৰুৰী বৈঠক অনুষ্ঠিত হয়।

বৈঠকত মন্ত্রী গৰাকীয়ে মহকুমাটোত আফ্ৰিকান ছোৱাইন ফিভাৰৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে জিলা তথা মহকুমা পশু চিকিৎসা বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত আলোচনা কৰে।

Apply Now

বৈঠকত মন্ত্ৰী বৰাই বিভাগক সষ্টম হৈ থকাৰ লগতে মহকুমাটোৰ গাহৰি পালকসকলক যথাবিহিত সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।

মহকুমা পশু চিকিৎসা বিভাগে জানিবলৈ দিয়া মতে বোকাখাতৰ তিনিটা মৌজাত তিনিটাকৈ টাস্ক ফৰ্চ গঠন কৰাৰ লগতে আজিৰ পৰা মহকুমাটোৰ গাহৰি পালিত অঞ্চলসমূহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা বীজানুমুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিলৈ যাতে এই ৰোগ সংক্ৰমিত নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি বিহিত ব্যৱস্থা লোৱা বুলি বৈঠকত মন্ত্ৰী বৰাক অৱগতে কৰে উদ্যান কৰ্তৃপক্ষই।

বৈঠকত মহকুমা পশু চিকিৎসা বিভাগে দিয়া তথ্য অনুসৰি মহকুমাটোত প্ৰায় ৩০ হাজাৰটা পোহনীয়া গাহৰি আছে আৰু ইয়াৰে ৭৩৫ টা গাহৰিৰ বিভিন্ন কাৰণত মৃত্যু হৈছে। মৃত গাহৰিৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

বৈঠকৰ অন্তত মন্ত্রী বৰাই কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ লগতে মহকুমাটোৰ বিভিন্ন গাহৰি পালন কৰা এলেকাসমূহৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উক্ত বৈঠকত মহকুমাধিপতি বিবেক শ্যাম, চক্ৰ বিষয়া মানসজ্যোতি নাথ, সহকাৰী আয়ুক্তদ্বয় শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ, চক্ৰ বিষয়া সংলগ্ন শ্বগুফতা অঞ্জুম চোহেলী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি.শিৱকুমাৰ, পূব অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈ, বোকাখাত মহকুমা পশু চিকিৎসা বিষয়া ডা০ ৰঞ্জিত বৰাৰ লগতে জনস্বাস্থ্য কাৰীকৰি বিভাগৰ লোক উপস্থিত থাকে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd