• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 13, 2020 2:06 pm
391
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰৰ নিশা কাজিৰঙাৰ আৰক্ষীৰ অতিথিশালাত নিশাটো কটায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বোকাখাতৰ ধনশিৰিমুখত নিৰ্মীয়মান মৰিয়োহোলাৰ ডিফলুপথাৰ সংযোগী মথাউৰি পৰিদৰ্শন কৰে।

নিৰ্মানস্থলী পৰিদৰ্শন কালত মুখ্য মন্ত্ৰীয়ে বানপানী অহাৰ আগেয়ে ৩০ মে’ৰ ভিতৰত সকলো মথাউৰিৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক।

ক’ভিড ১৯ ৰ সংক্ৰমনৰ সময়ত ২০ লাখ কোটি টকাৰ পেকেজৰ ঘোষণা কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপনৰ লগতে ক’ভিড ১৯ যুঁজৰ সমান্তৰাল ভাৱে দেশও আত্ম নিৰ্ভৰশীল হ’ব লাগিব বুলি মন্তব্য কৰে।

ইফালে মুখ্য মন্ত্ৰীৰ লগত মথাউৰি পৰদৰ্শনৰ বাবে যোৱা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ ১৮ খন জিলাত ৩৮ টা মথাউৰি নিৰ্মাণ হৈ থকাৰ তথ্য প্ৰকাশ কৰে।

মন্ত্ৰী জনে মথাউৰি সমূহৰ নিৰ্মান সম্পূৰ্ণ নহ’লেও বিপদজনক স্থান সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে।

মথাউৰি নিৰ্মাণস্থলী পৰিদৰ্শনৰ পাছতেই মুখ্য মন্ত্ৰীয়ে নুমলীগড় শোধনাগাৰলৈ বুলি যাত্ৰা কৰে।

এছিয়ান ডেভ’লপমেন্ট বেংকৰ অৰ্থ সাহায্যৰে নিৰ্মিত এই ২৩ কিঃ মিঃ দৈৰ্ঘ্যৰ মথাউৰিটোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শনৰ সময়ত মুখ্য মন্ত্ৰীৰ সৈতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাচা উপস্থিত থাকে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd