• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালৰ সৈতে সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব : বৈদেশিক মন্ত্ৰ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2020 11:00 pm
অনুৰাগ শ্ৰীবাস্তৱ

অনুৰাগ শ্ৰীবাস্তৱ

1.2k
VIEWS
Share on FacebookShare on Twitter

নেপালৰ সৈতে থকা সকলো ধৰণৰ সীমা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে উল্লেখ কৰিছে।

‘‘নেপালৰ সৈতে ভাৰতৰ সকলো ধৰণৰ সীমা সমস্যাৰ প্ৰসংগ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব,’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে বৃহস্পতিবাৰে এইদৰে কয়।

নেপাল চৰকাৰে শেহতীয়াভাৱে ভাৰতৰ ভূখণ্ড অন্তৰ্ভূক্ত কৰি নেপালৰ নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পাছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে মত প্ৰকাশ কৰে।

‘‘আমি আশা কৰো নেপালৰ নেতৃত্বই আলোচনাৰ বাবে যোগাত্মক পৰিবেশৰ সৃষ্টি কৰিব,’’ অনুৰাগ শ্ৰীবাস্তৱে লগতে কয়।

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত নেপালে ভাৰতৰ বিৰুদ্ধে আক্ৰমণাত্মক মনোভাৱ গ্ৰহণ কৰিছে।

কিছুদিন পূৰ্বে ভাৰতে সীমান্তত নিৰ্মাণ কৰি থকা পথ সন্দৰ্ভতো নেপালে আপত্তি দৰ্শাইছিল।

তদুপৰি, নেপালৰ প্ৰধান মন্ত্ৰীয়ে ক’ৰ’নাৰ সক্ৰমণৰ সময়ত চীন আৰু ইটালীৰ ভাইৰাছতকৈ ভাৰতীয় ভাইৰাছ অধিক ভয়াবহ হিচাপে বিতৰ্কিত মন্তব্য কৰিছিল।

Recent News

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

টোল টেক্সৰ বাবে বছৰেকীয়া পাছ প্ৰৱৰ্তন কেন্দ্ৰীয় চৰকাৰৰ, এটা ৰিচাৰ্জত ২০০ ব্যৱহাৰ কৰিব পাৰিব আপুনি

বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমান যান্ত্ৰিকভাৱে বিকল, জৰুৰীকালীন অৱতৰণৰ ৪৮ ঘণ্টাৰ পাছতো কেৰালাত আবদ্ধ

বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমান যান্ত্ৰিকভাৱে বিকল, জৰুৰীকালীন অৱতৰণৰ ৪৮ ঘণ্টাৰ পাছতো কেৰালাত আবদ্ধ

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd