• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া গৃহৰাজ্যত উপস্থিত

উত্তম শইকীয়া by উত্তম শইকীয়া
May 23, 2020 10:03 am
অজিত শইকীয়া

অজিত শইকীয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত বোকাখাতৰ কহঁৰা কোৱাৰেণ্টাইন কেন্দ্ৰত উপস্থিত হয় দিল্লীত কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া আৰু তেওঁলোকৰ সৈতে দিল্লীলৈ যোৱা কংকন জ্যোতি বৰা ৷

কাজিৰঙাৰ কহঁৰাৰ জোনাকী কাৰেং অতিথি শালাত গোলাঘাট জিলা প্ৰশাসনে প্ৰতিষ্ঠা কৰা কোৱাৰেণ্টাইন চেণ্টাৰত শুকুৰবাৰে দুয়ো উপস্থিত হয় ৷

Apply Now

উল্লেখযোগ্য যে, পত্নী বন্তি শইকীয়াৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা স্বামী অজিত শইকীয়া দিল্লীতে কোভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈ দিল্লীৰ লোক নায়ক জয় প্ৰকাশ চিকিৎসালয়ত মৃত্যুক আকোৱালি লৈছিল।

তেৰ দিন চিকিৎসালয়ৰ মৰ্গতে পৰি আছিল অজিত শইকীয়াৰ মৃতদেহ ৷

অসম এছ’চিয়েচনৰ উদ্যোগত তেৰ দিনৰ অন্তত মৃতদেহ চিনাক্ত কৰণ হোৱাৰ লগতে ১৯ মে’ত উত্তৰ দিল্লীৰ নিগম বৌদ্ধ ঘাটৰ শ্মশানত অজিত শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

ইপিনে, বোকাখাতৰ যুৱনেতা আকাশ ফুকনৰ বিশেষ উদ্যোগত অসম এছ’চিয়েচনে ব্যৱস্থা কৰি দিয়া এখন ইন’ভা গাড়ীৰে বন্তি শইকীয়া আৰু কংকনজ্যোতি বৰাই দিল্লীৰ পৰা আহি কহঁৰাত উপস্থিত হয় ৷

সুদীৰ্ঘ ৭৮ দিনৰ অন্তত শুকুৰবাৰে বোকাখাতত উপস্থিত হৈ অসমবাসী ৰাইজৰ লগতে যুৱনেতা আকাশ ফুকনক ধন্যবাদ জনায় কংকনজ্যোতি বৰাই ৷

সম্প্ৰতি কহঁৰাৰ কোৱাৰেণ্টাইন কেন্দ্ৰতে আছে কংকনজ্যোতি আৰু বন্তি শইকীয়া ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd