• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাফলঙৰ হোটেল হাফলং, হোটেল জয়েশ্বৰী আৰু জে এন ভি কনটেইনমেন্ট জ’ন ঘোষণা

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
May 24, 2020 3:51 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

994
VIEWS
Share on FacebookShare on Twitter

হাফলঙৰ ছনটিলাৰ জে এন ভি কেম্পাছ, চহৰ জয়শ্ৰী আৰু হোটেল হাফলং কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ডিমা হাচাও জিলা প্রশাসনে।

শনিবাৰে হাফলঙৰ দুটা কোৱাৰেন্টাইন চেন্টাৰ ক্ৰমে জে এন ভি আৰু হোটেল হাফলঙৰ পৰা মুঠ সাতগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰশাসনৰ নিৰ্দেশ অনুসৰি কনটেইনমেন্ট জ’নৰ ১০০ মিটাৰ (বৃত্তাকাৰ) দূৰত্ব ৰেড জ’ন ঘোষণা কৰাৰ উপৰি আৰু ২০০ (বৃত্তাকাৰ) মিটাৰ গ্ৰীণ জ’ন বা ৱাফাৰিং এলেকা হিচাপে চিহ্নিত কৰা হৈছে।

য’ত স্বাস্থ্য বিভাগৰ জৰুৰীকালীন বা নিত্য প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই নিয়া যান-বাহনৰ বাহিৰে বেলেগ গাড়ী সোমোৱা বা উলিওৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অকল এয়াই নহয় সাধাৰণ ৰাইজেও সেই এলেকাত অহা যোৱা কৰিব নোৱাৰিব।

ইয়াৰ উপৰি কনটেইনমেন্ট এলেকাত কোনো ধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব।

আনহাতে প্ৰশাসনৰ জৰুৰী বৈঠকত কোভিড ডিচাৰ্জ ব’ৰ্ড গঠন কৰা হৈছে। ব’ৰ্ডত আছে অতিৰিক্ত জিলা উপায়ুক্ত দীপক জিদুং, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: দীপালী বৰ্মন, ডিষ্ট্ৰিক্ট চাৰ্ভিলেন্স অফিচাৰ ডা: এল ভাইপে আৰু এন এইচ এমৰ ডি পি এম ৰুক্ষ্ণিনী ডিফুচা আদি বিষয়া।

উল্লেখ্য যে ক’ৰ’না আক্ৰান্ত সাত গৰাকী ব্যক্তি হ’ল লাংটিঙৰ উৎপল মিশ্ৰ, উমৰাংছুৰ ৰ’ছান থাপা, হাফলঙৰ হেলুইবে পামে(২৩), মাহুৰৰ পাউহেঙবে নৃয়ামে (২৩), কিদুইবে জেমি (২৩), দেইলাঙবে জেমি(২৬) আৰু চেমিয়ন জেমি(২৩)।

লাংটিঙৰ মিশ্ৰই আগৰতলাৰ পৰা যোৱা ১৯ মে’ত ট্ৰেইনেৰে অহাৰ পাছত কোৱাৰেন্টাইন কৰাৰ উপৰি বাকী ছয়গৰাকী চেন্নাইৰ পৰা ১৬ আৰু ১৮ তাৰিখে হাফলঙত উপস্থিত হৈছিল।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd