• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ অভিলাষী জিলাসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 10:03 am
Rajen-Gohain-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় ৰে’ল বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইয়ে সংশ্লিষ্ট জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়াসকলক পিছপৰা জিলা সমূহৰ বিশদ সম্পদসমূহ চিনাক্ত কৰি লক্ষ্যত উপনীত হ’ব পৰা কাৰ্যকৰী আঁচনি যুগুত কৰিবলৈ আহ্বান জনাইছে।

গুৱাহাটীত বৃহস্পতিবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ সাতখন অভিলাষী জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা কামৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এক লক্ষ্য নিৰ্দ্ধাৰিত দিশেৰে অভিযান চলাই পিছপৰা জিলাসমূহৰ বিকাশৰ ক্ষেত্ৰত নিটি আয়োগৰ ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে তেওঁ প্ৰতি দুমাহৰ অন্তৰে অন্তৰে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব আৰু দুমাহৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে পৰৱৰ্তী দিনত গ্ৰহণ কৰিবলগীয়া কামৰ ৰূপৰেখা চালি জাৰি চোৱা হ’ব।

বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ মুখ্য সচিব ভি কে পিপাৰনেচিয়াই তেওঁৰ মন্তৱ্যত সংশ্লিষ্ট উপায়ুক্ত তথা ‘ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া’সকলক আঁচনিসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰাৰ লগতে ২০২২ চনৰ ভিতৰত লক্ষ্যত উপনীত হোৱাৰ বাবে কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে নিটি আয়োগে দেশৰ ১১৫ খন জিলাক অনুন্নত জিলা হিচাপে চিনাক্ত কৰি এইবেৰৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ভিতৰত অসমৰ সাতখন জিলা ক্ৰমে হাইলাকান্দি, ধুবুৰী, বৰপেটা, দৰং, গোৱালপাৰা, বাক্সা আৰু ওদালগুৰিও আছে।

উন্নয়নৰ দিশত নজৰৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত বিষয়া নিযুক্তি দিছে আৰু ৰাজ্য চৰকাৰেও প্ৰতিখন নিৰ্বাচিত জিলাতে একোজন ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া নিযুক্তি দিছে।

এই অনুন্নত জিলাকেইখনক বিকাশৰ বাবে গ্ৰহণ কৰা বুনিয়াদী ক্ষেত্ৰবোৰ হৈছে : স্বাস্থ্য আৰু পুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, আৰ্থিক বিকাশ তথা দক্ষতা নিৰ্মাণ, বুনিয়াদী আন্ত:গাঁথনি আৰু কৌশল।

ইয়াৰ পূৰ্বে ৰাজ্যৰ বিত্ত, উন্নয়ন ইত্যাদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালৰ আদৰণি ভাষণেৰে বৈঠক আৰম্ভ কৰা হয়।

বৈঠকত অংশগ্ৰহণ কৰি সংশ্লিষ্ট উপায়ুক্ত তথা ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়াসকলে উক্ত জিলাসমূহৰ শক্তি, দুৰ্বলতা আৰু সুযোগসমূহৰ বিষয়ে আলোকপাত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd