• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজিটাইজেচনলৈ অতিকায় মিডিয়া গোষ্ঠী নিউজ কৰ্প অষ্ট্ৰালিয়া, কৰ্মহীন হ’ব বহু সাংবাদিক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2020 10:33 pm
News Corp Australia announces huge shift to digital, job loss imminent

ছবি সৌজন্য-- টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতিকায় মিডিয়া গোষ্ঠী নিউজ কৰ্প অষ্ট্ৰালিয়াই ব্যাপক ডিজিটাইজেচনৰ পথ লৈছে আৰু ইয়াৰ ১০০খনৰো অধিক বাতৰি কাকত হয় সম্পূৰ্ণৰূপে বন্ধ, নহয় ডিজিটেল কৰিবলৈ লৈছে।

গোষ্ঠীটোৰ এই সিদ্ধান্তৰ ফলত কাকতৰ সৈতে জৰিত সাংবাদিককে ধৰি বহুসংখ্যক লোক কৰ্মহীন হৈ পৰাটো নিশ্চিত হৈছে।

নিউজ কৰ্প অষ্ট্ৰালিয়াৰ অধীনত আঠ হাজাৰ কৰ্মচাৰীকে ধৰি প্ৰায় তিনি হাজাৰ সাংবাদিকে কাম কৰি আছে।

গোষ্ঠীটোৰ বিবৃতি মতে, তেওঁলোকে সংস্থাটো নতুন ৰূপত সংগঠিত কৰিব খুজিছে আৰু অহা ২৯ জুনৰ পৰা তেওঁলোকৰ বহুবিলাক কাকত কেৱল ডিজিটেল ৰূপতহে প্ৰকাশিত হ’ব।

কৰ’নাভাইৰাছ মহামাৰীৰ মাজত ইয়াৰ ছপা কাকতসমূহ ধৰি ৰখাটো সম্ভৱ হৈ থকা নাই বুলি গোষ্ঠীটোৱে প্ৰকাশ কৰিছে।

“…উপভোক্তা আৰু ব্যৱসায়সমূহ য’লৈ গতি কৰিছে তাত মনোনিৱেশ কৰাৰ বাবে আমি নিউজ কৰ্প অষ্ট্ৰালিয়াক নতুন ৰূপ দিব খুজিছো আৰু অষ্ট্ৰালিয়াৰ আগশাৰীৰ ডিজিটেল নিউজ মিডিয়া কোম্পানিৰূপে আমাৰ স্থিতি শক্তিশালী কৰিব খুজিছো,” প্ৰকাশিত বাতৰিত গোষ্ঠীটোৰ কাৰ্য্যবাহী সঞ্চালক মাইকেল মিলাৰৰ উদ্ধৃতি।

গোষ্ঠীটোৰ এই সিদ্ধান্তৰ ফলত কিমান লোকে চাকৰি হেৰুৱাব সেয়া প্ৰকাশ পোৱা নাই যদিও অষ্ট্ৰালিয়ান মিডিয়াৰ অনুমান মতে এই সংখ্যা এহেজাৰৰ কম নহ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

মালয়েছিয়া, পাকিস্তানৰ পৰা পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ ধন আহিছিল! তদন্তত বিস্ফোৰক তথ্য এনআইএ-ৰ

September 3, 2025 6:18 pm
উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ অশোভনীয় মন্তব্য কমেডিয়ান মধুৰ বিৰলীৰ!

September 3, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd