• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি এল এড প্ৰশিক্ষণপ্ৰাপ্ত ৫০০০ গৰাকীক শিক্ষক হিচাপে নিযুক্তিৰ দাবীত প্ৰতিবাদ ডি এল এড প্ৰশিক্ষাৰ্থী সন্থাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 23, 2018 5:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১২ চনৰ পৰা ডি এল এড প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰায় পাঁচ হাজাৰ প্ৰাক-নিযুক্তিকালীন প্ৰশিক্ষাৰ্থীক শিক্ষকৰ পদত নিযুক্তি প্ৰদান কৰাৰ দাবীত আজি দিচপুৰ লাষ্টগেটত ডি  এল  এড প্ৰশিক্ষাৰ্থী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলক লক্ষণীয়ভাৱে এচ চি ই আৰ টি (SCERT) ৰ প্ৰাক্তন সঞ্চালক ড০ হৰেন্দ্ৰ চন্দ্ৰ দাসেও সমৰ্থন জনায়।

Apply Now

‘শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে গুৰিত পানী দিব লাগিব’ বুলি মন্তব্য কৰি প্ৰতিবাদত অংশগ্ৰহণ কৰা দাসে নৰ্থ ইষ্ট নাওক কয় ‘প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষকসকলক নিযুক্তি দিব নোৱাৰিলে, উচ্চ মানৰ শিক্ষকসকলক  গুৰুত্ব নিদিলে অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন কৰিব নোৱাৰে। সেই উদ্দেশ্যেৰে আমি সঞ্চালকৰ দ্বায়িত্বত থকাৰ সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত নিৰীক্ষণ কৰি গম পালো যে প্ৰশিক্ষণ নোহোৱাকৈ শিক্ষক নিযুক্তি নিদিয়ে। সেয়েহে  SCERTৰ ফালৰ পৰা ২০০০ চনতে ২ বছৰীয়া প্ৰশিক্ষণ আৰম্ভ কৰিছিল।’

তেওঁ কয় যে দুবছৰ এই প্ৰশিক্ষণ চলাৰ পিছত কিহৰ বাবে বন্ধ কৰি দিয়া হ’ল সেইটো তেওঁৰ অৱগত নহয়।

আনহাতে ড০ দাসে ক্ষোভ প্ৰকাশ কৰি কয় ‘এই ব্যৱস্থা নিয়মীয়াকে চলি থকাহেঁতেন এনেদৰে ঠিকাভিত্তিকভাৱে শিক্ষকসকলে চাকৰি কৰিবলগীয়া নহ’লহেঁতেন তথা সকলো শিক্ষকে পূৰ্ণ পৰ্য্যায়ৰ নিযুক্তি পালেহেঁতেন।’

তদুপৰি কৃষ্ণকান্ত সন্দিকৈ মুকলি বিশ্ববিদ্যালয়ে প্ৰশিক্ষণ নোলোৱাসকলক অনলাইন জৰিয়তে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত তেওঁ কয় ‘এই প্ৰশিক্ষণ শিক্ষকসকলৰ কাৰণে পূৰ্ণ পৰ্য্যায়ৰ নহয়। এয়া ভুকুতে কল পকাব বিচৰা এক ব্যৱস্থা।’

ড০ দাসে চৰকাৰক ডি এল এড প্ৰশিক্ষণত উত্তীৰ্ণ হৈ যিসকলে পূৰ্ণ পৰ্য্যায়ৰ শিক্ষক পদত নিযুক্তি পোৱা নাই সেইসকলক নিযুক্তি প্ৰদান কৰিবৰ বাবে আহ্বান জনায়।

আনহাতে সন্থাৰ সম্পাদক অৰূপ কুমাৰ মেধিয়ে নৰ্থ ইষ্ট নাওক জনাই ‘চৰকাৰে প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকলক বঞ্চনা কৰি প্ৰশিক্ষণ নোলোৱা কিছুসংখ্যকক বিভিন্ন মাধ্যমৰ জৰিয়তে শিক্ষকৰ পদত নিযুক্তি দিছে।’

তদুপৰি তেওঁ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাই কয় ‘অতি শীঘ্ৰে শিক্ষা মন্ত্ৰীয়ে ২০১২ চনৰ পৰা বৰ্তমানলৈকে SCERTৰ অধীনত ডি এল এড উত্তীৰ্ণ প্ৰশিক্ষাৰ্থীসকলক শিক্ষকৰ পদত নিযুক্তি দিব লাগে, প্ৰাথমিক পৰ্য্যায়ৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আৰু প্ৰাক নিযুক্তিকালীন ডি  এল  এড প্ৰশিক্ষাৰ্থীসকলৰ বাবে ১০০ নম্বৰৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’

তদুপৰি প্ৰতিবাদকাৰীসকলে সৰ্বশিক্ষা অভিযান মিছন সঞ্চালিকালৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ এখনো প্ৰেৰণ কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd