• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় ৰাষ্ট্ৰীয় যুৱ সন্মিলন উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 8:01 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দেশৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে ব্যাপক কৃষি গৱেষণাৰ প্ৰয়োজন আছে। ৰাজ্যখনৰ কৃষি খণ্ডৰ সমতাপূৰ্ণ বিকাশ সাধন কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক গৱেষণাৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব।’ আজি কৃষি উদ্যমিতা আৰু নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে কৃষি খণ্ডৰ পৰিৱৰ্তনঃ যুৱ সমাজৰ দৃষ্টিভংগী শীৰ্ষক তৃতীয় ৰাষ্ট্ৰীয় যুৱ সন্মিলন উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে কৃষিৰ প্ৰয়োজনীয় চাহিদা আৰু উন্নয়নৰ বাবে গৱেষণাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু আৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কৃষিক এটা বহুমুখী দিশ হিচাপে চিহ্নিত কৰিব লাগিব।

Apply Now

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘সমগ্ৰ দেশৰ পৰা অহা কৃষি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু কৃষি বিজ্ঞানীৰ উপস্থিতিয়ে কৃষি খণ্ডৰ বিকাশত নতুন মাত্ৰা সংযোজন কৰিব। দেশখনৰ কৃষি খণ্ডৰ বিকাশৰ বাবে উপযুক্ত পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত যোৰহাটত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় যুৱ সন্মিলনে নতুন দিশ মুকলি কৰিব।‘

কৃষি খণ্ডৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২২ চনৰ ভিতৰত কৃষকৰ উৎপাদন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়। লগতে তেওঁ ৰাজ্যখনৰ পাৰিপাৰ্শ্বিকতা অক্ষুণ্ণ ৰখা আৰু প্ৰাকৃতিক সৌন্দৰ্য অটুট ৰখাৰ বাবে ৰাজ্য চৰকাৰে ১০ কোটি গছ পুলি ৰোপণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কয়।

আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি কৃষিৰ বিভিন্ন খণ্ডত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেইবাগৰাকী ব্যক্তিলৈ মুখ্য মন্ত্ৰী গৰাকীয়ে পুৰস্কাৰ আগবঢ়ায়।

ভাৰতীয় কৃষি গৱেষণা পৰিষদ, অসম কৃষি বিশ্ববিদ্যালয়, অল ইণ্ডিয়া এগ্ৰিকালচাৰ ষ্টুডেণ্ট এছ’চিয়েচনৰ যৌথ উদ্যোগত আয়োজন কৰা এই সন্মিলনত সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু প্ৰদান বৰুৱা, বিধায়ক ঋতুপৰ্ণ বৰুৱা, অসম কৃ,ই বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০ কে এম বুজৰবৰুৱা, অল ইণ্ডিয়া এগ্ৰিকালচাৰ ষ্টুডেণ্ট এছ’চিয়েচনৰ উপদেষ্টা আৰ পি সিং, অল ইণ্ডিয়া এগ্ৰিকালচাৰ ষ্টুডেণ্ট এছ’চিয়েচনৰ সভানেত্ৰী ছনিকা প্ৰিয়দৰ্শনীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd