• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ কৃষিক্ষেত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৃষি মন্ত্ৰী অতুল বৰাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 1, 2020 11:05 pm
755
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ কৃষি, পশুধন আদি বিভাগৰ লগতে অৰ্থনীতি কিদৰে টনকীয়াল কৰিব পাৰি সেই সম্বন্ধে ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

‘‘ক’ৰনাই  আমাক বহু কথা শিকালে বহু ক্ষতি কৰিলে। এতিয়া আমি কিদৰে আগবাঢ়িব লাগিব সেই সন্দৰ্ভত চিন্তা কৰা প্ৰয়োজন আছে,’’ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি অতুল বৰাই কয়।

লগতে কৃষি মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী কিষান নিধি পৰা ৮ লাখ ১৯ হাজাৰ লোকৰ নাম কৰ্তন কৰা হৈছে আৰু কেইবা লাখৰ নাম এই আঁচনিৰ পৰা কৰ্তন কৰা হ’ব বুলি মত ব্যক্ত কৰে।

আনহাতে, বৈঠকত কৃষি,  কৃষক আৰু সহযোগী খণ্ডৰ উদ্যোগ সমূহক ঋণ দিয়াৰ বাবে সহজপন্থাৰ ব্যৱস্থা কৰিবলৈ নাবাৰ্ডক আহ্বান জনোৱা হৈছে বুলিও জনায় অতুল বৰাই।

তদুপৰি, বৈঠকত ৰাজ্যৰ  ৯৫ শতাংশ অ-সংগঠিত গো-পালক সকলক সংগঠিত কৰাৰ বাবেও চৰ্চা কৰা হয় ।

ক’ৰ’নাৰ বাবে বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱক সকলক সংস্থাপন দিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়, ’’কৃষি ক্ষেত্ৰত যথেষ্ট সুবিধা আছে। ৰাজ্যিক পৰ্যায়ত এখন কমিটি গঠন কৰিছোঁ। জিলা পৰ্যায়তো কমিটি গঠন হব।’’

Recent News

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

ন্যায়-অন্যায়! হীৰাত ১.৫% কিন্তু স্বাস্থ্য বীমাৰ ওপৰত ১৮%, জি এছ টিৰ হাৰক লৈ ক্ষোভ নেটিজেনৰ

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

হঠাৎ সুৰ সলনি পাকিস্তানৰ: টি আৰ এফৰ বিৰুদ্ধে আমেৰিকাৰ সিদ্ধান্তত সহমত প্ৰকাশ

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

১৪ হাজাৰ পুৰুষক ‘লড়কী-বহিন’ আঁচনিৰ ধন; লগতে অযোগ্য আৰু ২৬ লাখ! মহাৰাষ্ট্ৰত বিয়াগোম দুৰ্নীতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd