• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ নতুন শিক্ষা বৰ্ষৰ সিদ্ধান্তক আদৰণি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 2, 2020 12:24 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুনকৈ ৰাজ্যৰ শৈক্ষিক বৰ্ষ ৩১ মাৰ্চৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই।

বৰ্তমানৰ পহিলা জানুৱাৰীৰ পৰিৱৰ্তে শিক্ষাবৰ্ষ ৩১ মাৰ্চলৈ সম্প্ৰসাৰন কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তক উচিত পদক্ষেপ আখ্যা দি সন্থাই কয়, ’ছাত্ৰ-ছাত্ৰী, অভিভাৱ, শিক্ষক-শিক্ষয়ত্ৰী সমন্বিতে অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ শুভবাৰ্তা কঢ়িয়াই আনিব এই সিদ্ধান্তই’।

ক’ভিড-১৯ আৰু লকডাউনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ যি বিস্তৰ ক্ষতি হ’ল তাক সুস্থিৰ অৱস্থালৈ অনাৰ স্বাৰ্থত ৩১ মাৰ্চ পৰ্যন্ত শিক্ষা বৰ্ষ সম্প্ৰসাৰণ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জনাই সন্থাটোৱে।

সন্থাৰ সভাপতি ভূৱনেশ্বৰ নাথ আৰু সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই এই সিন্ধান্তক আদৰণি জনাই কয়, ‍‘উৎসাহজনক আৰু আশাব্যঞ্জক খবৰ  এই যে বৰ্তমান অসমত চলি থকা জানুৱাৰিৰ পৰা ডিচেম্বৰৰ শিক্ষা বৰ্ষৰো স্থায়ী পৰিবৰ্তনৰ প্ৰয়োজনীয়তা আহি পৰিছে। বৰ্তমান শৈক্ষিক বৰ্ষতো শিক্ষক সকলে কৃষি কাৰ্যত সহায় হোৱাকৈ প্ৰস্তুত কৰি লৈছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে তাৰ প্ৰাসংগিকতা হেৰাই গৈছে’।

তেওঁলোকে লগতে কয়, ‍‘ সৰস্বতী পূজা, মাঘ বিহু, হাইস্কুল শিক্ষান্ত পৰীক্ষা, বহী নিৰীক্ষনকে ধৰি বিভিন্ন প্ৰাকৃতিক কাৰনত ছাত্ৰ ছাত্ৰীয়ে  প্ৰায় তিনিমাহ ক্ষতিৰ সন্মুখীন হৈ আহিছে’।

ইয়াৰ উপৰি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ সৈতে দেশৰ অন্য ৰাজ্যৰ শিক্ষা বৰ্ষ মিল থকাত অসমৰ চৰকাৰী-বেচৰকাৰী খণ্ডৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী সকল বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাৰ পৰা বঞ্চিত হৈ আহিছে। গতিকে ৰাজ্যৰ শৈক্ষিক বৰ্ষও মাৰ্চৰ পৰা এপ্ৰিললৈ পৰিবৰ্তন কৰি চৰকাৰে এক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে বুলি কয় সন্থাৰ সভাপতি-সম্পাদক দ্বয়ে।

সন্থাৰ সম্পাদক কলিতাই লগতে কয়, ‍‘যি সময়ত বিশ্বায়ন আৰু প্ৰযুক্তি বিদ্যাই সমগ্ৰ পৃথিৱী খনকে এক কৰাৰ কুচ কাৱাজ চলিছে  সেই সময়ত এক ভাৰত এক নীতি এক শিক্ষা এক পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা আহি পৰিছে’।

লগতে আগন্তুক গ্ৰীষ্মবন্ধ সমূহ এক জুলাইৰ পৰিবৰ্তে ১৫ জুলাইলৈ পৰিবৰ্তন কৰাৰ পৰামৰ্শ আগ বঢ়াই  কলিতাই ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd