• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদ-বিতৰ্কৰ মাজতে উঃপূঃ কয়লাক্ষেত্ৰত সকলো খনন বাতিলৰ নিৰ্দেশ ক’ল ইণ্ডিয়া লিমিটেডৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2020 10:23 pm
CIL suspends all mining operations of North Eastern Coalfields amid protests

প্ৰতীকী ছবি।

1.2k
VIEWS
Share on FacebookShare on Twitter

দিহিং-পাটকাইত কয়লা খননক লৈ চলিত বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন বাতিলৰ নিৰ্দেশ দিছে।

উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকে এই সন্দৰ্ভত ৩ জুনত এক নিৰ্দেশ জাৰি কৰিছে।

“উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদনমৰ্মে উত্তৰ-পূব কয়লাক্ষেত্ৰ, ক’ল ইণ্ডিয়া লিমিটেড, মাৰ্ঘেৰিটাৰ সকলো খনন অভিযান জুন ৩,২০২০ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ইয়াৰদ্বাৰা সাময়িকভাৱে বাতিল কৰা হৈছে,” নিৰ্দেশটোত কোৱা হৈছে।

নিৰ্দেশটোত লগতে কোৱা হৈছে যে ইতিমধ্যে মজুত কয়লা সম্পূৰ্ণৰূপে শেষ নোহোৱা পৰ্য্যন্ত বৰ্তমানে মজুত কয়লাৰ পৰিসমাপন (liquidation) চলি থাকিব।

প্ৰকৃতিপ্ৰেমীকে ধৰি বিভিন্ন ব্যক্তি-দল-সংগঠনে শেহতীয়াকৈ দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বিৰোধিতা কৰি আহিছে।

এই সন্দৰ্ভত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰজমিন তদন্ত কৰি প্ৰতিবেদন দাখিলৰ বাবে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশ দিছিল।

CIL suspends all mining operations of North Eastern Coalfields amid protests
নিৰ্দেশটোৰ প্ৰতিলিপি।

বন মন্ত্ৰী শুক্লবৈদ্যই ইতিমধ্যে দিহিং-পাটকাই পৰিদৰ্শন কৰিছে।

ইফালে, দিহিং-পাটকাইত কয়লা খনন বন্ধৰ আহ্বানেৰে দাখিল কৰা দুখন লেখ আৱেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে গ্ৰহণ কৰিছে।

আদালতে এই সম্বন্ধীয় শুনানিত কয়লা খনন সন্দৰ্ভত কোনো অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়া নাই।

কিন্তু আদালতে এই সম্বন্ধীয় প্ৰাসংগিক সকলো নথি-পত্ৰ আদালতত দাখিল কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd