• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ বাঘজানৰ তৈল খাদত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড : জুইয়ে ছানি ধৰিছে বিস্তৃণ অঞ্চল

অগ্নিকাণ্ডত বহু গৃহ আৰু সম্পদ ভস্মীভূত হোৱাৰো বাতৰি আহিছে

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
June 9, 2020 4:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অইল ইণ্ডিয়াৰ বাঘজানৰ অবিৰত গেছ নিৰ্গত হৈ থকা তৈল খাদত এতিয়া সংঘটিত হৈছে অগ্নিকাণ্ড।

অইল ইণ্ডিয়াৰ বাঘজান তৈল খাদত যোৱা ২৭ মে’ৰ পৰা অবিৰতভাৱে নিৰ্গত হোৱা গেছে সমগ্ৰ অঞ্চলৰ জীৱকুলৰ প্ৰতি ভাবুকি অনাৰ পিছত এইবাৰ বিধ্বংসী অগ্নিয়ে সমগ্ৰ অঞ্চলটোক ছানি ধৰাৰ পৰিলক্ষিত হৈছে।

Apply Now

এক সূত্ৰৰ মতে আজি মঙলবাৰে বিদেশী বিশেষজ্ঞৰ দলে বঘাজান তৈল খাদৰ অবিৰতভাৱে নিৰ্গত গেছ বন্ধ কৰাৰ বাবে প্ৰচেষ্টা চলাই থাকোতেই হঠাতে জুই লাগে খাদটোত।

‘প্ৰায় ১.১৫ মিনিটত আমি বাঘজান অঞ্চলত বিকট শব্দ শুনিবলৈ পালো। ইয়াৰ পিছতে আমি বাঘজান তৈল খাদৰ ওপৰত কোলা ধোঁৱাই ছানি ধৰা দেখিবলৈ পাওঁ।’ স্থানীয় লোকে কয়।

আনফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অগ্নিকাণ্ডৰ সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক টেলিফোনিক যোগাযোগ কৰিছে।

ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ অৱগত কৰি অগ্নি নিৰ্বাপনৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে।

অঞ্চলটোৰ স্থানীয় ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

ঘটনাস্থলীৰ কাষৰীয়া এলেকাৰ জনসাধাৰণৰ কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ৰাইজক শংকিত নহ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান।

আনহাতে ইতিমধ্যে তৈল খাদৰ সমীপৰ গাঁৱলৈ জুই সম্প্ৰসাৰিত হৈ ছানি ধৰাৰ ফলত আৱাসগৃহ ভস্মীভূত হোৱাৰ বাতৰি আহিছে।

উল্লেখ্য যে, গেছ নিৰ্গমন বন্ধ কৰিবলৈ ছিঙ্গাপুৰ মেৰ্চাছ এলাৰ্ট ডিজাষ্টাৰ কন্ট্ৰল  প্ৰতিষ্ঠানটোৰ পৰা কালি আহি দুলিয়াজান উপস্থিত হৈছিল মাইকেল আৰ্ণেষ্ট, ক্ৰেইগ নীল আৰু এডৱাৰ্ড হেৰিজ নামৰ তিনিজনীয়া এটা বিশেষজ্ঞৰ দল।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd