DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ বাঘজানৰ তৈল খাদত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড : জুইয়ে ছানি ধৰিছে বিস্তৃণ অঞ্চল

অগ্নিকাণ্ডত বহু গৃহ আৰু সম্পদ ভস্মীভূত হোৱাৰো বাতৰি আহিছে

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
June 9, 2020 4:23 pm
1.6k
VIEWS
Share on FacebookShare on Twitter

অইল ইণ্ডিয়াৰ বাঘজানৰ অবিৰত গেছ নিৰ্গত হৈ থকা তৈল খাদত এতিয়া সংঘটিত হৈছে অগ্নিকাণ্ড।

অইল ইণ্ডিয়াৰ বাঘজান তৈল খাদত যোৱা ২৭ মে’ৰ পৰা অবিৰতভাৱে নিৰ্গত হোৱা গেছে সমগ্ৰ অঞ্চলৰ জীৱকুলৰ প্ৰতি ভাবুকি অনাৰ পিছত এইবাৰ বিধ্বংসী অগ্নিয়ে সমগ্ৰ অঞ্চলটোক ছানি ধৰাৰ পৰিলক্ষিত হৈছে।

এক সূত্ৰৰ মতে আজি মঙলবাৰে বিদেশী বিশেষজ্ঞৰ দলে বঘাজান তৈল খাদৰ অবিৰতভাৱে নিৰ্গত গেছ বন্ধ কৰাৰ বাবে প্ৰচেষ্টা চলাই থাকোতেই হঠাতে জুই লাগে খাদটোত।

‘প্ৰায় ১.১৫ মিনিটত আমি বাঘজান অঞ্চলত বিকট শব্দ শুনিবলৈ পালো। ইয়াৰ পিছতে আমি বাঘজান তৈল খাদৰ ওপৰত কোলা ধোঁৱাই ছানি ধৰা দেখিবলৈ পাওঁ।’ স্থানীয় লোকে কয়।

আনফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অগ্নিকাণ্ডৰ সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক টেলিফোনিক যোগাযোগ কৰিছে।

ঘটনাস্থলীৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ অৱগত কৰি অগ্নি নিৰ্বাপনৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে।

অঞ্চলটোৰ স্থানীয় ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

ঘটনাস্থলীৰ কাষৰীয়া এলেকাৰ জনসাধাৰণৰ কোনোধৰণৰ ক্ষয়-ক্ষতি নোহোৱাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ৰাইজক শংকিত নহ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান।

আনহাতে ইতিমধ্যে তৈল খাদৰ সমীপৰ গাঁৱলৈ জুই সম্প্ৰসাৰিত হৈ ছানি ধৰাৰ ফলত আৱাসগৃহ ভস্মীভূত হোৱাৰ বাতৰি আহিছে।

উল্লেখ্য যে, গেছ নিৰ্গমন বন্ধ কৰিবলৈ ছিঙ্গাপুৰ মেৰ্চাছ এলাৰ্ট ডিজাষ্টাৰ কন্ট্ৰল  প্ৰতিষ্ঠানটোৰ পৰা কালি আহি দুলিয়াজান উপস্থিত হৈছিল মাইকেল আৰ্ণেষ্ট, ক্ৰেইগ নীল আৰু এডৱাৰ্ড হেৰিজ নামৰ তিনিজনীয়া এটা বিশেষজ্ঞৰ দল।

Recent News

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

ইতিহাস ৰচিলে ইউটিউবাৰ গৌৰৱ তানেজাই; আমেৰিকাৰ আকাশত নিৰ্মাণ ভাৰতৰ সৰ্ববৃহৎ মানচিত্ৰ

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd