• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮গৰাকীলৈ বৃদ্ধি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2020 8:27 pm
1216 persons cured of COVID-19 in Assam on Tuesday
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণাত আক্ৰান্ত হৈ অসমত বৰ্তমানলৈকে ৮ গৰাকী লোকৰ মৃত্যু হৈছে।

আজিৰ দিনটোতে মুঠ দুগৰাকী ক’ৰ’ণা আক্ৰান্ত লোকৰ মৃত্যু হয়।

Apply Now

GMCH-ত চিকিৎসাধীন হৈ থকা অৱস্থাত ৰোগীগৰাকী মৃত্যু হৈছে বুলি খবৰ আহিছে।

প্ৰাপ্ত খবৰ অনুসৰি মৃত লোকজন বাক্সাৰ মণ্টু ৰামচিয়াৰী(৫০)।

কিছুদিন ধৰি GMCH-ত তেওঁ চিকিৎসাধীন হৈ আছিল।

ইপিনে, ক’ৰ’ণা আক্ৰান্ত লোকজনৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাক লৈ উলুবাৰী শ্মশানত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰাপ্ত খবৰ অনুসৰি শ্মশান কতৃপক্ষলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা ৰোগীজনক সৎকাৰ কৰাক লৈ ফোন আহিছিল। তাৰ পাছতে সেই কথা জানিব পাৰি অঞ্চলটোৰ একাংশ লোক আহি সমবেত হৈ মৃতদেহ সৎকাৰৰ বিৰোধিতা কৰে।

তাৎপৰ্যপূৰ্ণভাবে একাংশ লোকে শ্মশানৰ গেটত তলা ওলোমাই দিয়ে।

বৰ্তমানলৈকে মৃত লোকজনৰ সৎকাৰ ক’ত কৰিব সেই কথা স্পষ্ট হোৱা নাই।

আজি দিনৰ ভাগত হাইলাকান্দিৰ এগৰাকী মহিলাও কোভিড-১৯ পজিটিভত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল।
মৃত মহিলাগৰাকীৰ নাম মংগুলীৰাণী দাস(৫৭)।

তেওঁৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে।

মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত আছিল আৰু দিল্লীৰ পৰা শিলচৰত আহি উপস্থিত হোৱাৰ পাছতে COVID-১৯ ধৰা পৰিছিল মহিলাগৰাকীৰ।

SMCH-ত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি দুপৰীয়া ভাগত মহিলাগৰাকীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে, বুধবাৰে ৰাজ্যত ষষ্ঠগৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল। তেওঁৰ নাম কমল কৃষ্ণ পাল আৰু ঘৰ তেজপুৰত।

ইয়াৰোপৰি, ৰাজ্যত মুঠ ৩৪৩০ গৰাকী লোক বৰ্তমানলৈকে আক্ৰান্ত হোৱাৰ লগতে ১৯৫০ গৰাকী চিকিৎসাধীন হৈ আছে। ১৫৩৭ গৰাকী লোক ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

October 26, 2026 10:42 am
‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm
দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

October 26, 2026 11:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd