• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত এদিনতে ১৪টাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2020 10:44 pm
COVID-19: SBI branch, two roads declared containment zone in Sivasagar town

প্ৰতীকী ছবি।

532
VIEWS
Share on FacebookShare on Twitter

নতুন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱাৰ ফলত গুৱাহাটীত শুকুৰবাৰে এটা দিনতেই ১৪টাকৈ এলেকাক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

ইয়াকে লৈ গুৱাহাটীত কণ্টেইনমেণ্ট জ‘নৰ সংখ্যা ৪৪টালৈ বৃদ্ধি পাইছে।

আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰা কণ্টেইনমেণ্ট জ‘ন সমূহ হৈছে—

ৰূপনগৰৰ ৰূপালী পথ, মালিগাঁওৰ নেতাজী বিদ্যাপীঠ আৰু নেতাজী বিদ্যাপীঠ ৰেইলৱে স্কুল, ফটাশিল চাৰিআলি, শিলপুখুৰী, ঘোৰামৰাৰ হাউছিং কলনী, প্ৰাগজ্যোতিষ হাউছিং কলনীৰ ব্লক -M, সাতগাওঁ আৰ্মী কেম্প, CISF কেম্প চেক্টৰ–৩ নুনমাটি, লালগণেশৰ মঙ্গলদ্বীপ আৱাস, GS কলনী ফটাশিল আমবাৰী, টকৌবাৰী, পল্টনবজাৰৰ কে চি সেন ৰোড, বিৰুবাৰী তিনিআলিৰ শংকৰপুৰ আৰু উজনবজাৰ ৰেইলৱে কলনী।

Containment Zone Orders #IndiaFightsCorona #AssamCares pic.twitter.com/UXjRJSuW2Z

— Kamrup Metro District Administration (@DCKamrupMetro) June 12, 2020

কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলসমূহলৈ পৰৱৰ্তী ১৪ দিনত কোনো ব্যক্তি যাব নোৱাৰাৰ লগতে সেই অঞ্চলৰ পৰা কোনো ব্যক্তি ওলাই আহিব নোৱাৰিব।

আনহাতে আজিৰ দিনটোতে গুৱাহাটীত পাণ্ডু ৰেইলৱে নিউ কলনী আৰু বেতকুছিৰ পৰা কণ্টেইনমেণ্ট জ‘ন প্ৰত্যাহাৰ কৰা হৈছে।

উল্লেখযোগ্য যে, গুৱাহাটীত ২০০ অতিক্ৰম কৰিলে ক‘ৰ‘ণা আক্ৰান্ত ৰোগীৰ সংখ্যা।

২০০ অতিক্ৰম কৰিলে ৰেড জ‘ন ঘোষণা কৰাৰ নিয়ম আছিল যদিও এতিয়াও ৰেড জ‘ন হিচাপে ঘোষণা কৰা নাই।

Tags: COVID-19

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd