• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিস্ময় মুগ্ধ ভক্ত; পানীৰ তলত উদ্ধাৰ ভগৱান বিষ্ণুৰ ৫০০ বছৰীয়া মন্দিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2020 12:10 pm
বিস্ময় মুগ্ধ ভক্ত; পানীৰ তলত উদ্ধাৰ ভগৱান বিষ্ণুৰ ৫০০ বছৰীয়া মন্দিৰ

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নদীত পোত যোৱা ভগৱান বিষ্ণুৰ এটা মন্দিৰ হঠাৎ এতিয়া ওড়িষ্যাত পানীৰ তলত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

প্ৰাপ্ত তথ্য মতে ৰাজ্যখনৰ নয়াগড় জিলাত পদ্মাবতী নৈৰ কাষৰীয়া কিছু গাঁৱত ই এতিয়া চৰ্চাৰ প্ৰধান বিষয় হৈ পৰিছে।

নদীৰ পানীৰ তলত এটা মজবুত আৰু চকুত পৰা অট্টালিকা দেখা পাই গাঁৱৰ লোকসকল বিস্মিত হৈ পৰিছিল।

পিছত অনুন্ধান কৰাত উক্ত অট্টালিকাটো ভগৱান বিষ্ণুৰ এটা মন্দিৰ আছিল বুলি জানিব পৰা যায়, বাতৰিত প্ৰকাশ।

National Trust for Art and Cultural Heritage (INTACH)-ৰ মতে উক্ত মন্দিৰটো প্ৰায় ৫০০ বছৰ পুৰণি।

পুৰাতত্ত্ববিদৰ এটা দলে মন্দিৰটো স্থাপত্য অধ্যয়ন কৰি আছে। তেওঁলোকৰ মতে মন্দিৰটো ১৫ বা ১৬ শতিকাত নিৰ্মাণ কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

August 22, 2025 9:26 am
মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

বিটিআৰ নিৰ্বাচনৰ বাবে UPLLএ ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

August 22, 2025 8:24 am
নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

নিশাৰ আকাশত ক’লা চন্দ্ৰ! মহাজাগতিক বিস্ময়ৰ সাক্ষী হ’বলৈ আগ্ৰহেৰে ৰৈ আছে মহাকাশপ্ৰেমী

August 22, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

পথৰ কুকুৰ ধৰা আৰু স্থানান্তৰকৰণৰ সন্দৰ্ভত আজি শীৰ্ষ আদালতে দিব ৰায়

August 22, 2025 9:26 am
মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

মৰাৰ পিছতো মাৰাত্মক বিষ ঢালি দিয়ে সাপে! অসমৰ গৱেষকৰ গৱেষণাত উন্মোচিত চাঞ্চল্যকৰ তথ্য

August 22, 2025 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd