• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজাৰত বিষাক্ত নকল ছেনিটাইজাৰ! প্ৰথমবাৰৰ বাবে সতৰ্ক কৰি দিলে চিবিআইয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 10:26 am
hand-sanitizer-workest

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পৰিবলৈ বেছিভাগ চিকিৎসক তথা বিশেষজ্ঞই হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰৰ পৰামৰ্শ দি আহিছে।

কিন্তু এই সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা ছেনিটাইজাৰ আপোনাৰ সুৰক্ষাৰ বিপৰীতে বিপদজনক হৈ পৰিব পাৰে।

Apply Now

চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন (চিবিআই)য়ে প্ৰথমবাৰ সতৰ্কতা জাৰি কৰি কৈছে যে দেশত বহু বিষাক্ত নকল  ছেনিটাইজাৰ বিক্ৰী হৈ আছে।

এই বিষাক্ত নকল ছেনিটাইজাৰে জীৱনৰ প্ৰতি সংশয় আনিব পাৰে।

চিবিআইয়ে ইন্টাৰপ’লৰ পৰা পোৱা তথ্যৰ ভিত্তিত দেশৰ আৰক্ষী তথা আইন বলবৎকাৰী সংস্থাসমূহক সতৰ্ক কৰি দিছে।

চিবিআইয়ে কয় যে কিছুমান চক্ৰই বহু বিষাক্ত মেথানল ব্যৱহাৰ কৰি বনোৱা হেণ্ড ছেনিটাইজাৰ বিক্ৰী কৰি আছে।

সেইদৰে আন কিছু চক্ৰইয়ো কাম কৰি আছে যিসকলে নিজকে পিপিই আৰু কোভিড-১৯ৰ সৈতে জড়িত  চিকিৎসা সামগ্ৰীৰ যোগানকৰ্তা বুলি পৰিচয় দিয়ে।

চিবিআইৰ বিষয়াই জানিবলৈ দিয়ে যে ইন্টাৰপ’লে দিয়া তথ্য অনুসৰি মেথানল ব্যৱহাৰ কৰি নকল হেণ্ড ছেনিটাইজাৰ তৈয়াৰ হৈছে।

মেথানল এবিধ অত্যন্ত বিষাক্ত পদাৰ্থ আৰু মানৱ শৰীৰৰ বাবে ই বিপদজনক হ’ব পাৰে।

চিবিআইৰ বিষয়াই কয় যে ইন্টাৰপ’লৰ পৰা পোৱা তথ্যৰ আধাৰত আৰক্ষী বিষয়াসকলক সতৰ্ক কৰি দিয়া হৈছে।

উল্লেখ্য যে চিবিআইক ইন্টাৰপ’লৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে।

চিবিআইৰ এক সূত্ৰই লগতে জানিবলৈ দিয়ে যে একাংশ দুষ্টচক্ৰই পিপিই কিট আৰু কোভিড-১৯ৰ সৈতে জড়িত সামগ্ৰীৰ নিৰ্মাণকাৰীৰ প্ৰতিনিধি হিচাপে হাস্পাতল আৰু স্বাস্থ্য বিষয়াসকলৰ সৈতে সম্পৰ্ক কৰি আছে।

এনে সামগ্ৰীসমূহৰ নাটনিৰ সুবিধা গ্ৰহণ কৰি বিষয়া তথা হাস্পাতলসমূহৰ পৰা অনলাইনৰ জৰিয়তে অগ্ৰিম ধনো আদায় কৰে যদিও ধন পোৱাৰ পাছত সামগ্ৰীৰ যোগানো নধৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd