• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাক লৈ WHOৰ নতুন সতৰ্কবাণী; বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে বিশ্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 10:59 am
WHO

বিশ্ব স্বাস্থ্য সংস্থাৰ ডিৰেক্টৰ জেনেৰেল টেড্ৰ’ছ আধানম ঘেব্ৰিয়াছুছ।

46.4k
VIEWS
Share on FacebookShare on Twitter

কৰ’না সংক্ৰমণৰ ক্ষিপ্ৰতা আৰু বৃদ্ধি পাইছে। এক বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে বিশ্ব। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই কোভিড-১৯ৰ সংক্ৰমণ সম্পৰ্কে নতুন আশংকাৰ কথা সদৰী কৰিছে।

তদুপৰি বিশ্বত লকডাউন প্ৰত্যাহাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা তৎপৰতাৰ বাবেও সতৰ্ক কৰি দিছে সংস্থাটোৱে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ডিৰেক্টৰ জেনেৰেল টেড্ৰ’ছ আধানম ঘেব্ৰিয়াছুছে শুকুৰবাৰে কয় যে এই ভাইৰাছ এতিয়াও দ্ৰুতভাৱে সংক্ৰমিত হৈ আছে।

তেওঁ কয় যে এইটো এতিয়াও পূৰ্বৰ দৰেই মাৰাত্মক ৰূপতে আছে। অধিকাংশ লোকেই আক্ৰান্ত হোৱাৰ অৱকাশ থাকি গৈছে। সমগ্ৰ বিশ্ব এতিয়া এক বিপজ্জনক পৰিস্থিতিত উপনীত হৈছে।

টেড্ৰ’ছৰ মতে লেটিন আমেৰিকা, দক্ষিণ এছিয়া আৰু মধ্য প্ৰাচ্যৰ পৰিস্থিতি উদ্বেগজনক।

তেওঁৰ মতে, বৰ্তমান লেটিন আমেৰিকাৰ পৰাই সৰ্বাধিক আক্ৰান্তৰ বাতৰি আহিছে।  দক্ষিণ এছিয়াৰ দেশসমূহতো বহু লোক আক্ৰান্ত হৈছে। সেইদৰে মধ্য প্ৰাচ্যত ক্ষিপ্ৰতাৰে সংক্ৰমণ ঘটিছে। এয়া এক ভয়ংকৰ পৰিস্থিতিৰ আগজাননী।

প্ৰকৃততে. বৰ্তমান যিবোৰ দেশত কৰ’নাৰ সংক্ৰমণে দ্ৰুততা লাভ কৰিছে তাত য়ুৰোপৰ দেশসমূহৰ দৰে স্বাস্থ্য আন্ত:গাঁথনি নাই। সেইটোৱে WHOৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে।

সংস্থাটোৱে লকডাউন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাৰ কথা দোহাৰি আহিছে যদিও বহুকেইখন দেশে সেই সেয়া আওকান কৰি লকডাউন শিথিল কৰি দিছে।

ইপিনে, শনিবাৰে পুৱালৈকে বিশ্বত কৰ’না আক্ৰান্তৰ সংখ্যা ৮৭লাখ ৫৭হাজাৰ ৭৫০জনলৈ বৃদ্ধি পাইছে।

এতিয়ালৈকে বিশ্বত কৰ’নাৰ ফলত ৪লাখ ৬২হাজাৰ ৫১৯জন লোকৰ মৃত্যু হৈছে।

Tags: COVID-19

Recent News

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd