• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ সময়ছোৱাত দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ১২জন লোকৰ মৃত্যু হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2020 6:49 am
Arunachal-lockdown-700x375

প্রতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ছোৱাত নতুন দিল্লীত কমেও ১২ জন উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানীখনত আন চাৰিজনৰ কোভিড-১৯ৰ ফলত মৃত্যু হৈছে।

দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবীন হিবুৱে এইকথা জানিবলৈ দিয়ে।

Apply Now

অলপতে অসমৰ লখিমপুৰ জিলাৰ এগৰাকী যুৱতীৰ নতুন দিল্লীৰ এইমছত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

কোভিড-১৯ত মৃত্যু হোৱা ছানিয়া দেউৰী নামৰ যুৱতীগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনত যোৱা ১২বছৰ ধৰি এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল।

হিবুৱে কয় যে স্মশানৰ অভাৱ আৰু মৃতদেহ কঢ়িওৱাৰ বাবে বাহনৰ অভাৱৰ ফলত অন্তিম সৎকাৰ কঠিন হৈ পৰিছিল।

‘’দক্ষিণ দিল্লীৰ দ্বাৰকাৰ ২৩ ছেক্টৰৰ সমাধিক্ষেত্ৰ এতিয়া সম্পূৰ্ণ ভৰি পৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ লোককেইজনৰ মৃতদেহ এই সমাধিক্ষেত্ৰত সৎকাৰ কৰা হৈছিল,’’-হিবুৱে কয়।

সমাধিক্ষেত্ৰখনৰ সম্প্ৰসাৰণৰ বাবে সমাধিক্ষেত্ৰ পৰিচালনা সমিতিক এটা বেচৰকাৰী সংস্থাই সহায়ৰ হাত আগবঢ়াইছে।

তেওঁ জানিবলৈ দিয়ে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূৰ্বাঞ্চল বিভাগে ২০১৬চনত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ অন্তিম সৎকাৰৰ বাবে পুঁজি আগবঢ়াইছিল।

‘’আমি দিল্লীৰ যিকোনো স্থানৰ পৰা বিনামূলীয়াকৈ বাহনেৰে মৃতদেহ কঢ়িওৱাৰ বাবে চৰ্দাৰ দেবিন্দ্ৰ সিঙৰ নেতৃত্বৰ সংযুক্ত শিখৰ সৈতে চুক্তিবদ্ধ হৈছো,’’-হিবুৱে কয়।

অৰুণাচল প্ৰদেশৰ এগৰাকী আই পি এছ বিষয়া ৰবীন হিবুক দিল্লী আৰক্ষীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে নডেল অফিচাৰ হিচাপেও নিযুক্তি দিছে।

‘’ ঘৰৰ পৰা বহু আঁতৰত থকা এই অসহায় মৃত ব্যক্তিৰ তেওঁলোকৰ ধৰ্মীয় ৰীতিৰে মৰ্যাদাসম্পন্নভাৱে অন্তিম সৎকাৰ কৰিব পৰাটোতকৈ মোৰ বাবে আৰু গভীৰ শ্ৰদ্ধাঞ্জলি আন একো নাই,’’-হিবুৱে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd