• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভ্ৰান্তিকাৰী প্ৰচাৰ কেতিয়াও কূটনীতি তথা শক্তিশালী নেতৃত্বৰ বিকল্প হ’ব নোৱাৰে: ড০ মনমোহন সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 10:57 am
manmohan-singh_625x300_05_December_19 new

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনক প্ৰত্যুত্তৰ দিয়াৰ বাবে মোদী চৰকাৰক আহ্বান জনাইছে প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে।

লাডাখ সীমান্তত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ সিঙে কয় যে জোৱানসকলৰ ত্যাগ অথলে যোৱা উচিত নহয়।

Apply Now

তেওঁ কয় যে সমগ্ৰ দেশে একত্ৰিত হৈ সংগঠিতভাৱে তেওঁলোকৰ দু:সাহসৰ প্ৰত্যুত্তৰ দিয়াৰ এয়াই সময়।

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে কয়,’’যোৱা ১৫-১৬জুনত গলৱান উপত্যকাত ভাৰতৰ ২০গৰাকী সাহসী জোৱানে জীৱন উৎসৰ্গা কৰিলে। দেশৰ এই সন্তানসকলে শেষ নিশ্বাস ত্যাগ কৰালৈকে দেশক ৰক্ষা কৰিলে। এই সৰ্বোচ্চ ত্যাগৰ বাবে আমি এই সাহসী সৈনিক তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ। কিন্তু তেওঁলোকৰ এই বলিদান অথলে যোৱা উচিত নহয়।‘’

ড০ সিঙে লগতে কয় যে আজি আমি ইতিহাসৰ এক সংকটপূৰ্ণ অৱস্থাত থিয় হৈছো। আমাৰ চৰকাৰৰ সিদ্ধান্ত আৰু চৰকাৰৰ পদক্ষেপে নিৰ্দ্ধাৰণ কৰিব আমাৰ ভৱিষ্যৎ প্ৰজন্মই আমাক কিদৰে মূল্যায়ন কৰে।

তেওঁ কয় যে যিসকলে দেশৰ নেতৃত্ব দিছে তেওঁলোকৰ কান্ধত কৰ্তব্যৰ গধূৰ দায়িত্ব আছে। আমাৰ গণতন্ত্ৰত এই দায়িত্ব প্ৰধান মন্ত্ৰীৰ।

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষ্য আৰু ঘোষণাৰ দ্বাৰা দেশৰ সুৰক্ষা আৰু সামৰিক তথা ভূখণ্ডত পৰিবলগীয়া প্ৰভাৱৰ প্ৰতি সদায় অত্যন্ত সতৰ্ক থকা উচিত।

তেওঁ কয় যে চীনে এপ্ৰিলৰ পৰা আজিলৈকে গলৱান উপত্যকা তথা পেংগং সো লেকত বহুৱাৰ জোৰকৈ অনুপ্ৰৱেশ কৰিছে।

ড০ মনমোহন সিঙে কয় যে আমি তেওঁলোকৰ ধমকি বা চাপৰ সন্মুখত না নতি স্বীকাৰ কৰিম না সাৰ্বভৌমত্বক লৈ কোনো আপোচ কৰিম। প্ৰধান মন্ত্ৰীয়ে তেওঁৰ বক্তব্যৰে ষড়যন্ত্ৰকাৰী শক্তিক উৎসাহ দিয়া উচিত নহয়।

চৰকাৰে ইয়াৰ সকলো বিভাগকে এই বিপদৰ মুখামুখি হ’বলৈ তথা স্থিতি অধিক গুৰুতৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ পাৰস্পৰিক সহযোগিতাৰে কাম কৰাটো সুনিশ্চিত কৰিব লাগে।

তেওঁ চৰকাৰক আহ্বান জনাই কয় যে বিভ্ৰান্তিকাৰী প্ৰচাৰ কেতিয়াও কূটনীতি তথা শক্তিশালী নেতৃত্বৰ বিকল্প হ’ব নোৱাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd