• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল সমূহত পাভৈ আছুৰ “নাম ভৰ্তি সহায়ক” কেন্দ্ৰ মুকলি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 24, 2020 2:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে অসমতো ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা ছাত্র-ছাত্ৰী সকলে যাতে বিদ্যালয়-মহাবিদ্যালয়লৈ নোযোৱাকৈ অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পৰাকৈ নিৰ্দেশনা জাৰি কৰাৰ পাছতে ছাত্র-ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাভৈ পাচঁআলি, ধুলি, বালিচাং আৰু তিনিসূতী নপমুৱা শাখা ছাত্ৰ সন্থাৰ সহযোগত অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল সমূহত নাম ভৰ্তি সহায়ক কেন্দ্র মুকলি কৰা হয়।

আটাইকেইখন নাম ভৰ্তি সহায়ক কেন্দ্ৰ মুকলি কৰা কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্র সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকীয়ে অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে বুলি কয়।

শৈক্ষিক দিশৰ ওপৰত আছুৱে ছাত্ৰ-ছাত্ৰী সকলক যিকোনো ধৰণে সহায় কৰি যাব বুলি নিজৰ বক্তব্যত উল্লেখ কৰাৰ লগতে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ এই কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে বৰকটকীয়ে।

অনুষ্ঠানত সদৌ বিশ্বনাথ জিলা ছাত্র সন্থাৰ উপ-সভাপতি মঃ আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি হেমন্ত সোনা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুনীল গোৱালা, সাধাৰণ সম্পাদক সুশীল তাতিঁ, উপ-সভাপতি অমৰ বে, অৰ্পন বসুমতাৰীৰ, পাৰ্থ প্ৰতিম ভূঞা, সহকাৰী সম্পাদক নিতু বৰাৰ লগতে পাভৈ পাচঁআলি, ধুলি, বালিচাং, আৰু তিনিসূতী নপমুৱা শাখা ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদকৰ লগতে বিষয় ববীয়া সকল উপস্থিত থাকে।

বালিচাং শাখা ছাত্ৰ ছাত্ৰ সন্থাৰ সহযোগত বালিচাং নাম ভৰ্তি কেন্দ্ৰটো বালিচাঙৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা অৱসৰশ প্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ মহন্তই শুভ উদ্বোধন কৰে লগতে উপস্থিত থাকে বালিচাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা বালিচাংৰ সমাজকৰ্মী হৰি শৰ্মা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু বৰা, সদৌ বিশ্বনাথ জিলা ছাত্র সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মহেশ শৰ্মা, বালিচাং শাখা ছাত্ৰ সন্থাৰ সভাপতি সুনীল তাতিঁ, সাধাৰণ সম্পাদক সুৰজ শৰ্মা আৰু বিষয় ববীয়া সকল।

ধুলি শাখা ছাত্ৰ সন্থাৰ সহযোগত ধুলি চেন্টাৰটো দিৰিং পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দুলুমনি বৰাই শুভ উদ্বোধন কৰে লগতে উপস্থিত থাকে ধুলিৰ সমাজকৰ্মী প্ৰবীণ লহাৰ, শিক্ষক ভদ্ৰ খোদাল, ধুলি শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰেৱন্ত কেউট, ভাঃ সাধাৰণ সম্পাদক মামুন শ্বেখ আৰু বিষয় ববীয়া সকল

পাভৈ পাচঁআলি শাখা ছাত্ৰ সন্থাৰ সহযোগত পাভৈ ৰুপজ্যোতি কলা পৰিষদত পাভৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা পাভৈ সাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰষেশ্বৰ খাউণ্ডে নাম ভৰ্তি কেন্দ্ৰটো শুভ উদ্বোধন কৰে লগতে উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক পদুম বাঢ়ৈ, পাভৈ পাচঁআলি শাখা ছাত্ৰ সন্থাৰ সভাপতি হেমাংগজিৎ শইকীয়া, সাধাৰণ সম্পাদক জয়ন্ত খাণ্ডোৱাল আৰু বিষয় ববীয়া সকল।

তিনিসূতী নপমুৱা শাখা ছাত্ৰ সন্থাৰ সহযোগত তিনিসূতীৰ নেফা চেন্টাৰৰ সমূহীয়া ভৱনত তিনিসূতীৰ অৱসৰ প্ৰাপ্ত শিক্ষক কুবেৰ শৰ্মাই শুভ উদ্বোধন কৰে লগতে মিজিকা চেন্টাৰত মিজিকাৰ এগৰাকী সমাজকৰ্মী কান্ত নায়কে শুভ উদ্বোধন কৰে লগতে উপস্থিত থাকে শিক্ষক ভীমলাল শৰ্মা, হৰি শৰ্মা, তিনিসূতী শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰূপম নাথ, সাধাৰণ সম্পাদক দামোদৰ শৰ্মা, অমিত জেনা, ভাৰ্গৱ গোৱালা আৰু বিষয় ববীয়া সকল

এই দৰে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ কেইবাটাও নাম ভৰ্তি সহায়ক কেন্দ্র মুকলি কৰি অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল সমূহৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰ-পত্ৰ পূৰণৰ যি সুবিধা কৰা হৈছে সেই কাৰ্যক উক্ত অঞ্চল সমূহৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd