• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুটানে অসমলৈ পানী যোগান বন্ধ কৰা নাই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2020 6:37 pm
Bhutan not blocking water, rather clearing blockage: Assam CS

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ভাৰত বিশেষকৈ অসমলৈ ভুটানে পানী যোগান বন্ধ কৰিছে প্ৰকাশিত বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে।

এক টুইটযোগে তেওঁ কয় যে এই প্ৰতিবেদন ভুলকৈ কৰা হৈছে।

Apply Now

তেওঁ কয় যে ইয়াৰ প্ৰকৃত কাৰণ হৈছে ভাৰতীয় পথাৰসমূহলৈ থকা জলযোগানৰ নলাসমূহত হোৱা প্ৰাকৃতিক অৱৰোধ।

আৰু ভুটানে এই অৱৰোধসমূহ আঁতৰোৱাত আচলতে সহায়হে কৰি আহিছে।

ভুটানৰ চৰকাৰী কৰ্তৃপক্ষই জলযোগানৰ নলাসমূহৰ অৱৰোধ আঁতৰোৱাৰ কেইবাখনো ছবিও তেওঁ শ্বেয়াৰ কৰিছে।

Recent media reports about Bhutan blocking water supply to India has been incorrectly reported. The actual reason being the natural blockage of informal irrigation channels into Indian fields! Bhutan has been actually helping to clear the blockage. pic.twitter.com/H61c5T1EeJ

— Kumar Sanjay Krishna (@KrSanjayKrishna) June 25, 2020

ভাৰত-ভুটান সীমান্তৰ অসমৰ বাক্সা জিলাৰ ২৫খন গাঁৱৰ কৃষকে শেহতীয়াকৈ অভিযোগ কৰা দেখা গৈছিল যে ভুটান চৰকাৰে ভুটানৰ দিশৰ পৰা জলসিঞ্চনৰ বাবে পানী অহাত অনুমতি দিয়া নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd