• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আলফা নেতা দৃষ্টি অসমে লোৱা নাই জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষৰ দায়িত্ব : পৰেশ অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 11:03 pm
Paresh_Baruah ulfa(i)
528
VIEWS
Share on FacebookShare on Twitter

সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ উপ মুখ্য সেনাধ্যক্ষ কৰ্নেল দৃষ্টি অসমে গাৰো বিদ্ৰোহী সংগঠন জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ হিচাপে দায়িত্ব লোৱা নাই। সংবাদ মাধ্যমক আজি এই কথা জনালে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমে।

জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চ’হান ডি চিৰাৰ মৃত্যুৰ পিছতে দৃষ্টি অসমে এই দায়িত্ব লোৱা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছিল।

জি এন এল এ’ৰ ‘অনুৰোধ ৰাখিব নোৱৰা বাবে দুখ প্ৰকাশ কৰি’ পৰেশ অসমে কয় যে ইতিমধ্যে আলফা (স্বা)ৰ উপ মুখ্য সেনাধ্যক্ষৰ দায়িত্বত থকা বাবে দৃষ্টি অসমে এই দায়িত্ব ল’ব নোৱাৰে।

গাৰো বিদ্ৰোহী সংগঠনটোৱে দৃষ্টিক এই ‘দায়িত্ব ল’বৰ বাবে আহ্বান’ জনাইছিল বুলি অৱগত কৰি পৰেশ অসমে আজি এটা টি ভি চেনেলক জনায় যে আলফাৰ ‘সংবিধানে’ অনুমতি নিদিয়া আৰু এজন অনা গাৰো লোকে গাৰো সংগঠনটোৰ দায়িত্ব লোৱাটো ‘গাৰো জাতিৰ বাবে অপমানজনক’ হ’ব বাবে আলফা নেতাজনে এই দায়িত্ব ল’বলৈ অপাৰগতা প্ৰকাশ কৰে।

জি এন এল এ’ৰ মুখ্য সেনাধ্যক্ষ চ’হান দি চিৰাৰ মৃত্যু ‘অপূৰণীয় ক্ষতি’ বুলি অভিহিত কৰি আলফা (স্বা)ৰ নেতাজনে কয় যে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)এ জি এন এল এ’ৰ ‘সৈনিকগণ’ আৰু ‘জনগণ’ক চিৰাৰ মৃত্যুত গভীৰ সমবেদনা জনাইছে।

জি এন এল এ’ক ভাতৃ সংগঠন বুলি উল্লেখ কৰি আলফা নেতাজনে কয় যে আলফা (স্বা) তেওঁলোকৰ কাষত আগতেও আছিল আৰু আগলেও থাকিব।

Recent News

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd