• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত ৮০০০ দিশে কৰ’না আক্ৰান্তৰ সংখ্যা; নতুনকৈ ৩০২ গৰাকী কোভিড-১৯ পজিটিভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 30, 2020 7:09 am
COVID19-positive-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০২ গৰাকী নতুন আক্ৰান্তৰে ৰাজ্যত ৭৪৯২গৰাকী লৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।

সোমবাৰৰ দিনটোত একেলগে ৩০২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰে ২৪ ঘণ্টাৰ ভিতৰত কেৱল গুৱাহাটীতে ১৭২ গৰাকী লোক আক্ৰান্ত হৈছে।

এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

গুৱাহাটীক বাদ দি কোন কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।

অসমত ৫৩৩৩ গৰাকী ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৪৪৭ গৰাকী।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ১১ গৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

📌Alert ~ 302 new #COVID19+ cases detected in Assam today. Out of these, 172 cases were reported from Guwahati City in last 24 hours.

↗️Total cases 7794
↗️Recovered 5333
↗️Active cases 2447
↗️Deaths 11

11:45 PM/ June 29/ Day's total 302#AssamCovidCount pic.twitter.com/QiZPKZuoFa

— Himanta Biswa Sarma (@himantabiswa) June 29, 2020

তাৎপৰ্যপূৰ্ণভাবে গুৱাহাটীত যোৱা ১৫ জুনৰ পৰা এতিয়ালৈকে মুঠ ১২২৭ গৰাকী লোক আক্ৰান্ত হৈছে।

দেওবাৰৰ দিনটোত ৩৪৭ গৰাকীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হৈছিল। ইয়াৰে ১৯৫ গৰাকী গুৱাহাটীৰ আছিল।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত  সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰোপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm
সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

সকলো ধৰ্মৰ ওপৰত ‘ধৰ্ম প্ৰতিষ্ঠা’, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত বিশ্ব শান্তিৰ আহ্বান মোহন ভাগৱতৰ

August 28, 2025 3:50 pm
ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক হস্তক্ষেপৰ অভিযোগ: এনচিএলএটি গোচৰত তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

August 28, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

August 28, 2025 4:05 pm
অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

অনলাইন গেমিং নিষেধাজ্ঞা আইনক প্ৰত্যাহ্বানঃ শুনানি গ্ৰহণ কৰিব কৰ্ণাটক উচ্চ ন্যায়ালয়ে

August 28, 2025 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd