• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাফিলতি! : ক’ৰ’না আক্ৰান্ত হোৱাৰ দুদিনৰ পিছতো আত্মীয়ই লাভ কৰা নাই পজিটিভ ফলাফলৰ প্ৰতিবেদন

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 30, 2020 7:41 pm
index
229
VIEWS
Share on FacebookShare on Twitter

GMCH ত পুনৰ বাৰ উন্মোচিত হৈছে ক’ৰ’না ৰোগীৰ প্ৰতি অৱহেলা কৰাৰ প্ৰতিচ্ছবি।

চিকিঁৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে NRHMৰ অধীনত কৰ্মৰত আশাকৰ্মীৰ জীয়ৰীয়ে আনিছে এই গুৰুতৰ অভিযোগ।

সবিতা দে নামৰ ক’ৰ’না আক্ৰান্ত আশাকৰ্মীৰ জিয়ৰী সুপ্ৰিয়া দেই সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি তেওঁৰ মাতৃক গৃহৰ পৰা ১০৮ সেৱাৰ কৰ্মচাৰীয়ে GMCH ৰ গেটৰ সন্মুখত অকলে এৰি থৈ গুচি যায়।

“মোৰ মাক লৈ গৈ ১০৮ য়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গেটৰ সন্মুখত এৰি গৈছিল৷ চিকিৎসাললৈ নিয়াৰ পিছতো তেওঁ প্ৰথমে কোনো উন্নত চিকিৎসা পোৱা নাই।” সুপ্ৰিয়াই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

ইপিনে দেওবাৰে ৮ বজাত মাকৰ ক’ৰ’না পজিটিভ অহা বুলি উল্লেখ কৰি সুপ্ৰিয়াই লগতে কয়, “মোৰ মাৰ ২৩ জুনত স্বাৱ টেষ্ট কৰিছিল৷ ঘৰতে কোৱাৰেন্টাইন হৈ থকা মোৰ মাক দেওবাৰে স্বাস্থ্য বিভাগৰ পৰা ফোন কৰি কৈছিল যে আমি পিছদিনা লৈ যাম।”

“ৰিপৰ্ট কেনেকৈ পাম বুলি তেওঁলোকক প্ৰশ্ন কৰাত ক’লে ১০৮ ৰ মানুহে লৈ আহিব ৰিপ’ৰ্টটো৷ কিন্তু ১০৮ সেৱাৰ মানুহে মোক ৰিপ’ৰ্টটো নেদেখালে। ইমান বিচাৰিলো কিন্তু একো সঁহাৰি নজনালে।” সুপ্ৰিয়াই এইদৰে কয়।

তাৎপৰ্য্যপূৰ্ন ভাবে এঘন্টাৰ পিছত ৰিপ’ৰ্ট দিম বুলি কৈ দুদিন পাৰ হৈ যোৱা পিচতো বাতৰি লিখা পৰ্যন্ত পৰিয়ালৰ হাতত নপৰিল ৰিপ’ৰ্ট।

নিয়ম অনুসৰি ক’ৰ’নাত আক্ৰান্ত হ’লে ৰিজাল্টৰ প্ৰতিবেদন পৰিয়ালৰ লোকে দিনটোৰ ভিতৰতে লাভ কৰিব লাগে।

কিন্তু অতি ৰহস্যজনক ভাবে সুস্থ হৈ উঠাৰ পাছতহে স্বাস্থ্য বিভাগে প্ৰতিবেদন দিয়া হ’ব বুলি জনালে সুপ্ৰিয়া দেক।

অৱশ্যে প্ৰায় দুঘন্টা পিছত কোভিড কক্ষত ভৰ্তি কৰা হয় সবিতাক।

ইপিনে এই ঘটনা সম্পৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎশৰ্মাৰ লগত যোগাযোগ কৰা হয় যদিও প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে।

GMCHত সংঘটিত হোৱা এয়াই প্ৰথম ঘটনা নহয়। পূৰ্বেও ৰোগীক অৱহেলা কৰা ঘটনা পোহৰলৈ আহিছিল।

ঘটনা মহামাৰী সময়ত জনসাধাৰণৰ সুৰক্ষা বাবে দিনে ৰাতিয়ে কাম কৰি অহা এই গৰাকী আশাকৰ্মী ক্ষেত্ৰত হোৱা এনে ধৰনৰ ঘটনা সংঘটিত হোৱাৰ ফলত পৰিয়ালৰ লগতে আন সতীৰ্থ আশাকৰ্মীয়ে দুখ প্ৰকাশ কৰিছে৷

Recent News

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd