• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাফিলতি! : ক’ৰ’না আক্ৰান্ত হোৱাৰ দুদিনৰ পিছতো আত্মীয়ই লাভ কৰা নাই পজিটিভ ফলাফলৰ প্ৰতিবেদন

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 30, 2020 7:41 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

GMCH ত পুনৰ বাৰ উন্মোচিত হৈছে ক’ৰ’না ৰোগীৰ প্ৰতি অৱহেলা কৰাৰ প্ৰতিচ্ছবি।

চিকিঁৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে NRHMৰ অধীনত কৰ্মৰত আশাকৰ্মীৰ জীয়ৰীয়ে আনিছে এই গুৰুতৰ অভিযোগ।

Apply Now

সবিতা দে নামৰ ক’ৰ’না আক্ৰান্ত আশাকৰ্মীৰ জিয়ৰী সুপ্ৰিয়া দেই সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি তেওঁৰ মাতৃক গৃহৰ পৰা ১০৮ সেৱাৰ কৰ্মচাৰীয়ে GMCH ৰ গেটৰ সন্মুখত অকলে এৰি থৈ গুচি যায়।

“মোৰ মাক লৈ গৈ ১০৮ য়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গেটৰ সন্মুখত এৰি গৈছিল৷ চিকিৎসাললৈ নিয়াৰ পিছতো তেওঁ প্ৰথমে কোনো উন্নত চিকিৎসা পোৱা নাই।” সুপ্ৰিয়াই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

ইপিনে দেওবাৰে ৮ বজাত মাকৰ ক’ৰ’না পজিটিভ অহা বুলি উল্লেখ কৰি সুপ্ৰিয়াই লগতে কয়, “মোৰ মাৰ ২৩ জুনত স্বাৱ টেষ্ট কৰিছিল৷ ঘৰতে কোৱাৰেন্টাইন হৈ থকা মোৰ মাক দেওবাৰে স্বাস্থ্য বিভাগৰ পৰা ফোন কৰি কৈছিল যে আমি পিছদিনা লৈ যাম।”

“ৰিপৰ্ট কেনেকৈ পাম বুলি তেওঁলোকক প্ৰশ্ন কৰাত ক’লে ১০৮ ৰ মানুহে লৈ আহিব ৰিপ’ৰ্টটো৷ কিন্তু ১০৮ সেৱাৰ মানুহে মোক ৰিপ’ৰ্টটো নেদেখালে। ইমান বিচাৰিলো কিন্তু একো সঁহাৰি নজনালে।” সুপ্ৰিয়াই এইদৰে কয়।

তাৎপৰ্য্যপূৰ্ন ভাবে এঘন্টাৰ পিছত ৰিপ’ৰ্ট দিম বুলি কৈ দুদিন পাৰ হৈ যোৱা পিচতো বাতৰি লিখা পৰ্যন্ত পৰিয়ালৰ হাতত নপৰিল ৰিপ’ৰ্ট।

নিয়ম অনুসৰি ক’ৰ’নাত আক্ৰান্ত হ’লে ৰিজাল্টৰ প্ৰতিবেদন পৰিয়ালৰ লোকে দিনটোৰ ভিতৰতে লাভ কৰিব লাগে।

কিন্তু অতি ৰহস্যজনক ভাবে সুস্থ হৈ উঠাৰ পাছতহে স্বাস্থ্য বিভাগে প্ৰতিবেদন দিয়া হ’ব বুলি জনালে সুপ্ৰিয়া দেক।

অৱশ্যে প্ৰায় দুঘন্টা পিছত কোভিড কক্ষত ভৰ্তি কৰা হয় সবিতাক।

ইপিনে এই ঘটনা সম্পৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজিৎশৰ্মাৰ লগত যোগাযোগ কৰা হয় যদিও প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে।

GMCHত সংঘটিত হোৱা এয়াই প্ৰথম ঘটনা নহয়। পূৰ্বেও ৰোগীক অৱহেলা কৰা ঘটনা পোহৰলৈ আহিছিল।

ঘটনা মহামাৰী সময়ত জনসাধাৰণৰ সুৰক্ষা বাবে দিনে ৰাতিয়ে কাম কৰি অহা এই গৰাকী আশাকৰ্মী ক্ষেত্ৰত হোৱা এনে ধৰনৰ ঘটনা সংঘটিত হোৱাৰ ফলত পৰিয়ালৰ লগতে আন সতীৰ্থ আশাকৰ্মীয়ে দুখ প্ৰকাশ কৰিছে৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd