• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড নিগেটিভ অহাৰ পিছতো নিছে চিকিৎসালয়লৈ, অভিযোগ গুৱাহাটীৰ মাতৃ-পুত্ৰৰ

ক’ভিড আক্ৰান্ত সংগীত পৰিচালকৰ ফেচবুক লাইভত মাতৃ-পুত্ৰৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে মহা বিস্ফোৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 3, 2020 4:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গুৱাহাটীৰ এগৰাকী সংগীত পৰিচালক আৰু এহাল মাতৃ-পুত্ৰই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে।

সংগীত পৰিচালকগৰাকীৰ ফেচবুক লাইভত মাতৃ-পুত্ৰই আনিছে এই গুৰুতৰ অভিযোগ।

Apply Now

শেখৰ জ্যোতি গোস্বামী নামৰ সংগীত পৰিচালকগৰাকী পজিটিভ ওলোৱাৰ ফলত ১০৮ বাহনেৰে খানাপাৰা ক’ভিড চিকিৎসালয়লৈ গৈ থকা পথতে কৰিলে ফেচবুক লাইভ।

সেই একেখন এম্বুলেঞ্চতে যোৱা প্ৰণৱ নামৰ যুৱক আৰু তেওঁৰ মাতৃয়ে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে কৰিলে মহা বিস্ফোৰণ।

কালি ক’ভিড-১৯ নিগেটিভ বুলি ম’বাইলত মেছেজ অহা বুলি দাবী কৰি মহানগৰীৰ গো-শালাৰ যুৱকজনে কয়, “তাৰ পাছত পুনৰ পজিটিভ অহা বুলি ঘৰৰ পৰা মোক আৰু মাক জোৰ জবৰদস্তি উঠাই আনিছে।”

ইপিনে, মহানগৰীৰ গোশালা আউট পোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ বৰাৰ বিৰুদ্ধে মদ্যপান কৰি মাতৃ-পুত্ৰক অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ভিডিঅ’টোত।

“গোশালা আউট পোষ্টৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ বৰাই দিন দুপৰতে মদ্যপান কৰি মই নিগেটিভ অহা মেছেজ দেখুওৱাৰ পাছতো বেয়াকৈ গালি-গালাজ পাৰিছে আৰু মোৰ মাক অপদস্থ কৰিছে,” যুৱকজনে এইদৰে কয়।

ইপিনে, উক্ত ভিডিঅ’ৰ জৰিয়তে পুত্ৰ-মাতৃয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক আহ্বান জনাই কয়, “শৰৎ চন্দ্ৰ বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাক ন্যায় লাগে, কিয় আমাৰ নিগেটিভ অহাৰ পাছতো জোৰ-জবৰদস্তি উঠাই আনিব?”

আনহাতে, উক্ত ভিডিঅ’টোত সংগীত পৰিচালকগৰাকীয়ে চৰকাৰে কুৱাৰেন্টাইন কৰাৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ লোৱা বুলি অভিযোগ কৰি লগতে কয় “ধনীসকলক ঘৰতে কুৱাৰেন্টাইন কৰি ৰাখে, দুখীয়াসকলক কুৱাৰেন্টাইন চেণ্টাৰলৈ লৈ আনে। সেই অঞ্চল কণ্টেইনমেণ্ট জ’ন আছিল যদিও যোৱা ৬ দিনে স্বাস্থ্য বিভাগ বা প্ৰশাসনৰ তৰফৰ পৰা কোনো খাদ্য যোগান নাই ধৰা।”

এই সন্দৰ্ভত গো-শালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁক পোৱা নগ’ল।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd