• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিয়াৰ কিছু ঘণ্টাৰ পূৰ্বে হত্যাৰ বলি হ’ল কইনা : পলাতক হত্যাকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2020 6:49 pm
Man found dead in Assam's Samaguri

প্ৰতিনিধিত্বমূলক ফটো

53.5k
VIEWS
Share on FacebookShare on Twitter

এক লোহহৰ্ষক ঘটনা। ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ ৰতলাম জিলাত জাৱৰাত।

ঘটনা বিৱৰণীৰ মতে দেওবাৰে পুৱা ভাগত এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে এখন বিউটী পাৰ্লাৰলৈ গৈছিল।

দেওবাৰে সন্ধিয়া বেলাত আছিল যুৱতীগৰাকীৰ বিয়া।

বিউটী পাৰ্লাৰত থকা অৱস্থাত এজন ব্যক্তিয়ে পাৰ্লাৰত সোমাই ছুৰিৰে হানি-খুচি হত্যা কৰে ২৫ বছৰীয়া যুৱতীগৰাকীক।

“যুৱতী গৰাকী আৰু তাই ভগ্নীয়ে বিউটী পাৰ্লাৰলৈ গৈছিল। তাতে হঠাৎ এজন ব্যক্তি সোমাই ছুৰিৰে যুৱতীগৰাকীক আঘাত সানি তাৰ পৰা পলায়ন কৰে। যুৱতী গৰাকীক চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰে।” স্থানীয় আৰক্ষী বিষয়া গৌৰৱ তিৱাৰীয়ে কয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তদন্তকাৰী দলে ঘটনাৰ সন্দৰ্ভত কিছু তথ্য লাভ কৰিছে বুলি দাবী কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে।

আৰক্ষী বিষয়া গৌৰৱ তিৱাৰীয়ে কয়, “অভিযুক্তৰ সম্পৰ্কে আমি কিছু তথ্য লাভ কৰিছো। অতি শীঘ্ৰে এই হত্যাকাণ্ডৰ তদন্ত সমাপ্ত কৰিব পাৰিম বুলি আমাৰ বিশ্বাস।”

অভিযুক্তৰ সৈতে যুৱতী গৰাকীৰ কিবা সম্পৰ্ক আছিল নেকি সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মৃত যুৱতী গৰাকী মধ্যপ্ৰদেশৰ চাজাৰপুৰৰ বাসিন্দা। দেওবাৰে যুৱতীগৰাকীৰ নাগদাৰ অঞ্চলৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd