• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ বিদেশী শিক্ষাৰ্থীৰ ভিছা বাতিল কৰিলে আমেৰিকাই; ট্ৰাম্পৰ সিদ্ধান্তত কিহৰ ইংগিত?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 11:30 am
101798768-india_students_2.1910x1000

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ সংকটে গোটেই বিশ্বকে অস্থিৰ কৰি তুলিছে। সংক্ৰমণৰ আতংকত বিশ্বজুৰি বন্ধ হৈ পৰিছে শিক্ষা প্ৰতিষ্ঠানসমূহ।

আমেৰিকাতো এতিয়া অধ্যয়নৰ বাবে একমাত্ৰ ভৰসা অনলাইন ক্লাছ।

Apply Now

কিন্তু মাৰাত্মক এই ভাইৰাছৰ আতংকত এইবাৰ দেশত বিদেশী শিক্ষাৰ্থীসকলক প্ৰৱেশ কৰিবলৈ দিবলৈ অনিচ্ছুক আমেৰিকা।

সেয়েহে, বিদেশী শিক্ষাৰ্থীৰ বাবে থকা ভিছা বাতিল কৰা হ’ল।

কৰ’নাৰ সংক্ৰমণৰ ফালৰ পৰা বিশ্বৰ প্ৰথম স্থানত আছে আমেৰিকা। প্ৰতিদিনে যি হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে তাক লৈ উদ্বিগ্নতাত ভূগিছে দেশখন।

সেইদৰে দেশখনত লকডাউন প্ৰত্যাহাৰ কৰি অৰ্থনীতিৰ স্বাভাৱিক গতি ফিৰাই আনিবলৈ তৎপৰ হৈ পৰিছে ট্ৰাম্প প্ৰশাসন।

সেয়ে, অত্যধিক সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশকনে গ্ৰহণ কৰিছে এই নতুন পদক্ষেপ।

আমেৰিকাৰ ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেন্ট বিভাগৰ পৰা সোমবাৰে দেশখনত যিসকল শিক্ষাৰ্থীয়ে অনলাইন ক্লাছ কৰি আছে তেওঁলোকক দেশ এৰি যাবলৈ কোৱা হৈছে।

আমেৰিকাৰ বিদেশ মন্ত্ৰ্যালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অনলাইন ক্লাছ কৰাৰ বাবে যিবোৰ পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলে আবেদন কৰিছে তেওঁলোকৰ ভিছা প্ৰত্যাহাৰ কৰা হ’ব।

আগন্তুক দিনত এনে ছাত্ৰ-ছাত্ৰীক আৰু ভিছা প্ৰদান কৰা নহ’ব।

ইনষ্টিটিউট অফ ইন্টাৰনেশ্যনেল এডুকেশ্যনৰ ফালৰ পৰা জানিবলৈ দিয়া মতে, ২০১৮-১৯ৰ শিক্ষাবৰ্ষত আমেৰিকাত ১০লাখ বিদেশী শিক্ষাৰ্থী আহিছিল।

দেশখনত উচ্চ শিক্ষা লাভৰ বাবে এতিয়ালৈ যিমান শিক্ষাৰ্থী ভৰ্তি হৈছে তাৰ ভিতৰত ৫.৫ শতাংশই বাহিৰৰ পৰা আহে।

বিশ্বৰ আন দেশসমূহৰ তুলনাত আমেৰিকাত উচ্চ শিক্ষা লাভ কৰিবলৈ অহা আটাইতকৈ বেছি শিক্ষাৰ্থী হৈছে চীনৰ।

ইয়াৰ উপৰি, ভাৰত, দক্ষিম কোৰিয়া, চৌদি আৰৱ আৰু কানাডাৰ পৰাও বহু শিক্ষাৰ্থী আহে।

উল্লেখ্য যে আজি কিছুদিন আগৰে পৰা আমেৰিকাত বিদেশী কৰ্মীসকলক ভিছা দিয়াৰ ক্ষেত্ৰত কঠোৰ হৈছে ট্ৰাম্প চৰকাৰ।

ইতিমধ্যে, এইচ ৱান বি ভিছা প্ৰদান বন্ধ কৰা হৈছে আৰু একমাত্ৰ দক্ষতাসম্পন্ন তথা অধিক দৰমহাৰ কৰ্মীসকলকহে দেশখনত ৱৰ্ক ভিছা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd