• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিৰ ভূৰবন্ধাত ব্যপক খহনীয়া; কেইবাটাও বাসগৃহ জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
July 8, 2020 10:25 am
ভগৱানক প্ৰাৰ্থনা এগৰাকী মহিলাৰ

ভগৱানক প্ৰাৰ্থনা এগৰাকী মহিলাৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেদেখাজনেই যেন এতিয়া শেষ ভৰসা চামগুৰিৰ নৈপৰীয়া দুৰ্ভগীয়া ৰাইজৰ বাবে। বাৰিষা দ্বিতীয়টো বানৰ প্ৰভাৱ কিছু পৰিমাণে শাম কাটিছে যদিও শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে লাওঁখোৱাৰ ১নং ভূৰবন্ধাৰ পৰা ৪নং ভূৰবন্ধা পৰ্য্যন্ত বৃহত্তৰ অঞ্চলত।

চামগুৰিৰ লাওঁখোৱাৰ ১ নং ভূৰবন্ধাৰ পৰা ৪ নং ভূৰবন্ধা পৰ্যন্ত এক বৃহৎ অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে।

Apply Now

বিগত প্ৰায় এসপ্তাহ ধৰি ১নং ভূৰবন্ধাত অব্যাহত থকা গৰাখহনীয়াৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈছে বহু কেইটা পৰিয়ালৰ বাসগৃহ।

ব্যাপক গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰা ভুক্তভোগী পৰিয়াল সমূহে এতিয়া নিজে সজা হেঁপাহৰ ঘৰখন নিজ হাতেৰে ভাঙি সকলো যাৱতীয় সা-সমগ্ৰী লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে।

তথাপিও বহু আশা আৰু প্ৰত্যাশাৰে সজা ঘৰখনৰ মোহ এৰিব নোৱাৰা বহু কেইটা পৰিয়ালে অন্তিম সময়ত ৰক্ষাৰ বাবে নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈ পৰা দেখা গৈছে।

পৰিত্যক্ত ঘৰখনৰ চোতালতে থকা তুলসীৰ তলত অন্তিম বাৰৰ বাবে ধূপ-দীপ-নৈবদ্য আগবঢ়াই বাকী থকা মাটি-বাৰি খিনিৰ শেষ ৰক্ষা কৰিবলৈ নেদেখাজনৰ ওচৰত আঠু লৈ কাকুতি কৰিছে গৰাখহনীয়া আক্ৰান্ত অঞ্চলটোৰ কেইবাটাও পৰিয়ালে।

লক্ষণীয়ভাৱে বিগত বহু বছৰ ধৰি ভূৰৱন্ধা বাসীয়ে ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াৰ বাবে দুৰ্ভগ ভোগ কৰি আহিবলগীয় হৈছে আৰু তেওঁলোকৰ এই অৱস্থাৰ প্ৰতি সংশ্লিষ্ট বিভাগে চৰম অৱহেলা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভূগী নৈপৰীয়া ৰাইজে।

শীঘ্ৰে ১নং ভূৰবন্ধাত গাইড বান্ধ নিৰ্মাণৰ ব্যৱস্থা কৰি বৃহত্তৰ নৈপৰীয়া অঞ্চলটো সুৰক্ষিত কৰিবৰ বাবে শাসনাধিষ্টিত চৰকাৰ খনক আহ্বান জনাইছে লাওঁখোৱা অঞ্চলবাসী ৰাইজে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd