• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰুদ্ধে শিৱসাগৰত আহোম সেনাৰ প্ৰতিবাদ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 9, 2020 7:39 am
20200708_164538
406
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰে লোৱা খিলঞ্জীয়া বিৰোধী স্থিতিৰ বাবে আহোম সেনাৰ উদ্যোগত শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শাসনাধীন চৰকাৰখনে অসমৰ ৰাইজক গণতান্ত্ৰিক মূল্য দিয়াত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি আহোম সেনাই খিলঞ্জীয়া চৰকাৰ বুলি ভৱা চৰকাৰে এতিয়া  ভূমি নীতি/উদ্যোগী নীতি ওপৰত খিলঞ্জীয়া বিৰোধী স্থিতি লৈছে কৈ প্ৰতিবাদ সাব্যস্ত কৰে।

“বহুত হ’ল জিন্দাবাদ; বহুত হ’ল মুৰ্দাবাদ ” শ্ল’গান দি এইবাৰ “প্ৰশ্নৰে প্ৰতিবাদ” লিখা পুষ্টাৰ লৈ আহোম সেনাৰ কৰ্মকৰ্তাসকলে কালি শিৱসাগৰ বৰ পুখুৰীৰ পাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আহোম সেনাৰ হৈ অঙ্কুৰন ফুকনে কয় যে যেতিয়া জিন্দাবাদ, মুৰ্দাবাদ শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেয়া লৈ মিত্ৰজুঁটৰ শাসনাধীন চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান নকৰিলে। সেয়ে এতিয়া প্ৰশ্নৰে প্ৰতিবাদ কৰিছে।

ছয় জনজাতিৰকৰণ দাবী, অতি শীঘ্ৰে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰ লগতে কাৰাবন্দী সকলৰ মুক্তিৰ দাবী উত্থাপন কৰে।

আনহাতে লক ডাউনৰ সুবিধা লৈ চৰকাৰে  সমগ্ৰ ভাৰতৰ উদ্যোগ, ৰে’ল সেৱা, তৈলক্ষেত্ৰ, কয়লা খনি বিক্ৰী কৰি ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধেও সোচ্চাৰ হৈছে আঅহোম সেনা।

অসম চৰকাৰৰ নতুন উদ্যোগ নীতি তথা অধ্যাদেশেৰে অসমীয়া খিলঞ্জীয়াৰ ভূমি অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰা বিজেপি অগপৰ মিত্ৰজুঁটৰ চৰকাৰক এই সিদ্ধান্ত বাতিলৰ দাবী জনায় সংগঠনটোৰ সদস্যসকলে।

এই গণতান্ত্ৰিক প্ৰতিবাদৰ মূল্য যদি বুজি নাপায় তেন্তে আহোম সেনাই লাচিত বৰফুকনৰ দৰে হেংদাং লোৱাৰ হুংকা দিয়ে।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd