• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰ LDP-ত যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 11:16 am
হলিৰাম টেৰাং

হলিৰাম টেৰাং

587
VIEWS
Share on FacebookShare on Twitter

প্ৰবীণ ৰাজনৈতিক নেতা তথা প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাঙে ASDC সভাপতি পদৰ পৰা অব্যাহতি লৈ আজি LDP দলত যোগদান কৰে।

তেখেতক দ’ললৈ আদৰণি জনাই এল ডি পিৰ সভাপতি গুণ গগৈয়ে কয়, ‍‘হলিৰাম টেৰাং ডাঙৰীয়া এজন দক্ষ প্ৰবীণ জনজাতীয় নেতা। তেখেতৰ যোগদানে দলটোক সঠিক দিশত আগুৱাই নিয়াত সহায় কৰিব’।

ইয়াৰ উপৰি এল ডি পিৰ ৰাজ্যিক সভাপতি গুণ গগৈয়ে তেখেতক দলৰ ৰাজ্যিক অধ্যক্ষ পদৰ দায়িত্ব ল’বলৈও আহ্বান জনায়।

ইফালে এল ডি পি দলত যোগদান কৰি টেৰাঙে কয়, ‍‘বৰ্তমান দেশ আৰু ৰাজ্যৰ পৰিস্থিতিত সকলো অ-বিজেপি আৰু অ-কংগ্ৰেছী আঞ্চলিকতাবাদী শক্তি একত্ৰিত হোৱাৰ সময় আহি পৰিছে। এখন নতুন অসম গঢ়াৰ লক্ষ্যৰে বৰ্তমান পৰিস্থিতিত LDP দলটো আটাইতকৈ সক্ষম বুলি অনুভৱ কৰিলো’।

উল্লেখ্য যে, ১৯৭৯ৰ পৰা ১৯৮৫ চনলৈ চলা ঐতিহাসিক অসমৰ বিদেশী বহিস্কাৰ আন্দোলন আৰু পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওৰ বহু আন্দোলনৰ সৈতে জড়িত টেৰাং এজন সুদক্ষ ৰাজনীতিবিদ।

বৈঠলাংছ’ সমষ্টিৰ পৰা টেৰাঙে একেৰাহে ১৯৮৫ ,১৯৯১ আৰু ১৯৯৬ চনত তিনিবাৰকৈ বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছিল।

তেওঁ প্ৰফুল্ল কুমাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাৰ কৃষি আৰু জলসিঞ্চন মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৯৭ চনত তেখেতক শ্ৰেষ্ঠ বিধায়ক হিচাবে নিৰ্বাচিত কৰা হয়।

কটন কলেজৰ পৰা দৰ্শন শাস্ত্ৰত ডিগ্ৰীধাৰী টেৰাঙে NTPC ত কৰ্মৰত হৈ থকা অৱস্থাত অসমৰ বিদেশী খেদা আন্দোলনত জঁপিয়াই পৰে।

Recent News

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd