• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ আয়ুৰ্বেদিক দৰৱ, ভাৰতৰে পৰীক্ষণ চলাব আমেৰিকাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 6:29 pm
iStock-489931422-1594275318
434
VIEWS
Share on FacebookShare on Twitter

 

বিশ্বত মহামাৰীৰ ৰুপ লোৱা ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা কোনো দৰৱ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই । ক’ৰ’ণাৰ আয়ুৰ্বেদিক দৰৱ উদ্ভাৱনৰ বাবে বহুতে চেষ্টা অৱ্যাহত ৰাখিছে।

এনে সময়তে ভাৰতে ঘোষণা কৰিছে যে কোভিড-১৯ৰ আয়ুৰ্বেদিক দৰৱৰ উদ্ভাৱন আৰু পৰীক্ষণৰ ক্ষেত্ৰত ভাৰতে আমেৰিকাৰ সৈতে হাতত হাত ধৰি আগুৱাই যাব।

ৱাশ্বিংটনত বৃহস্পতিবাৰে ভাৰতৰ ৰাষ্ট্ৰদূত তৰুণ জিৎ সিং সান্ধুৱে কয় যে ভাৰত আৰু আমেৰিকাৰ আয়ুৰ্বেদিক বিশেষজ্ঞ সকলে কোভিড-১৯ৰ দৰৱ উদ্ভাৱনৰ ক্ষেত্ৰত ভালেখিনি সফলতা অৰ্জন কৰিছে।

অচিৰেই দুয়োখন দেশৰ বিজ্ঞানী সকলে কোভিডৰ আয়ুৰ্বেদিক দৰৱৰ পৰীক্ষণ সন্মিলিত ভাবে কৰিব।

কোভিডৰ আয়ুৰ্বেদিক দৰৱ প্ৰস্তুতৰ ক্ষেত্ৰত দিনে-নিশাই কাম কৰি আছে ইণ্ডো-ইউ এছ টেকন’ল’জি ফ’ৰামে।

এই ফ’ৰামে প্ৰকৃতিত উপলব্ধ গছ-লতিকাৰ পৰা কোভিডৰ আয়ুৰ্বেদিক দৰৱ প্ৰস্তুতৰ চেষ্টা অব্যাহত ৰাখিছে।

ইণ্ডো-ইউ এছ টেকন’ল’জি ফ’ৰামে এই ক্ষেত্ৰত কৰি থকা কামৰো শলাগ লয় ভাৰতৰ ৰাষ্ট্ৰদূত গৰাকীয়ে।

তেওঁ কয় যে শিশুৰ ডায়েৰিয়া সৃষ্টিকাৰী ৰোটা ভাইৰাছৰ ছিটা ৰোটাভেক ভাৰতে আমেৰিকাৰ লগ লাগিয়েই উদ্ভাৱন কৰিছে।

কোভিডৰ আয়ুৰ্বেদিক দৰৱ প্ৰস্তুতৰ ক্ষেত্ৰতো দুয়োখন দেশ সফল হব বুলি তেওঁ আশা ব্যক্ত কৰে।

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd