• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম: দিনটোত ৫ ক’ভিড আক্ৰান্তৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৭লৈ বৃদ্ধি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 9, 2020 10:17 pm
12 more Covid19 patients die in Assam on Saturday
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচগৰাকী ক’ভিড আক্ৰান্তই অসমত বৃহস্পতিবাৰে এইপৰ্য্যন্ত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ২৭লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ ভবেন গগৈ (৭২) নামৰ ক’ভিড ৰোগীগৰাকীৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যু হৈছে।

চিকিৎসালয়খনত ক’ভিড ৰোগীৰ মৃত্যুৰ এইটোৱে প্ৰথমটো ঘটনা।

মৃত গগৈ ক’ভিডৰ লগতে তেজৰ কৰ্কট ৰোগ লিম্ফ’মাত আক্ৰান্ত হৈ আছিল।

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়তো দুগৰাকী ৰোগীৰ মৃত্যু ঘটিছে।

মৃত ধনেশ্বৰ শীল (৬৮) নামৰ ৰোগীগৰাকী হাওঁফাওঁ ৰোগ (ক্ৰনিক অবষ্ট্ৰাক্টিভ পাল্মনেৰি ডিজীজ) আৰু তাৰ্জুনা বেগম (৩৮) নামৰ ৰোগীগৰাকী মধুমেহ ৰোগত আক্ৰান্ত আছিল৷

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰি মৃতকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

বৃহস্পতিবাৰে দিনৰ ভাগত আন দুগৰাকী ক’ভিড ৰোগীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যুক সাৱটি লৈছিল।

গুৱাহাটী বেলতলাৰ প্ৰসন্ন কুমাৰ হালৈ (৭০) আৰু কাৰ্বি আংলঙৰ  ৰামসিং হানছেই মৃত্যুক আঁকোৱালি লৈছিল।

দুয়োগৰাকীকে অতি জটিল অৱস্থাত GMCHৰ ভেন্টিলেশ্যনত ভৰ্তি কৰোৱা হৈছিল।

কালি সন্ধিয়া মণিকা ভূমিজ নামৰ শিৱসাগৰৰ যুৱতীগৰাকীয়ে যোৰহাট মেডিকেল কলেজৰ ICU ত মৃত্যুক আঁকোৱালি লৈছিল।

যুৱতীগৰাকী এনিমিয়া আৰু ছেপছিছ ৰোগত আক্ৰান্ত আছিল আৰু শিৱসাগৰৰ পৰা যোৰহাট মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে অনা হৈছিল।

কালিৰ দিনৰ ভাগত একেলগে পাঁচজনৰ মৃত্যু হোৱাৰ খবৰ আহিছিল।

গুৱাহাটী হেদায়েটপুৰৰ চফীকুল ৰহমান (৬০),  বৰপেটাৰ পাটচাৰকুচিৰ ৰমণী মজুমদাৰ (৬০), গুৱাহাটী কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫) আৰু লালগণেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮) আৰু ওদালগুৰিৰ জিতেন্দ্ৰ প্ৰসাদ(৩০)ৰ মৃত্যু হৈছিল।

চাৰিওজনকে GMCH ৰ ICU ত শেষ নিশা ২ বজাৰ পৰা কাহিলী পুৱা ৫ বজাৰ ভিতৰত ভৰ্তি কৰোৱা হৈছিল।

ভেন্টিলেশ্যনত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লৈছিল আটায়ে। আটাইকেইজন নিমুনিয়া, urosepsis আৰু চেপ্তিক স্বকত আক্ৰান্ত হৈ আছিল।

ৰাজ্যত ৪৮ ঘণ্টাত ১০ গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যত ২৪ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা।

মঙ্গলবাৰে নিশা দেৱী কাকতি নামৰ ডায়েবেটিচ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত এগৰাকী মহিলা মৃত্যুৰ মুখত পৰিছিল।

মহিলাগৰাকীক যোৱা ২ জুলাইৰ দিনা বশিষ্ঠৰ ১৫১ বেছ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেতিয়াই তেওঁ ক’ৰ’ণাত আক্ৰান্ত হয়।

সেই দিনা দিনৰ ভাগত কলিয়াবৰৰ ধদাৰাম মুৰা(৪০)  নামৰ লোকজনে GMCH ৰ কোভিড ভেন্টিলেশ্যনত মৃত্যুক আঁকোৱালি লৈছিল।

কোভিডত আক্ৰান্ত হোৱাৰ উপৰিও তেওঁ নিমুনিয়া আৰু চেপ্তিক শ্বকত আক্ৰান্ত আছিল।

তেওঁক ১ জুলাইৰ দিনা GMCH ৰ কোভিড ICU ত ভৰ্তি কৰোৱা হৈছিল।

মুৰাৰ শোকস্তব্ধ পৰিয়াললৈ মন্ত্ৰীগৰাকীয়ে সম বেদনা জ্ঞাপন কৰে।

ৰাজ্যত মুঠ  ১৪০৩২ গৰাকী লোক আক্রান্ত হোৱাৰ উপৰিও বৰ্তমানলৈ ৯১৪৭ গৰাকী লোক কোভিড মুক্ত হৈ ঘৰলৈ উভটিছে।

বৰ্তমান ৪৮৫৫ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd